শোকাৱহ পথ দুৰ্ঘটনা

শোকাৱহ পথ দুৰ্ঘটনা; দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৪২ জনৰ মৃত্যু

শোকাৱহ পথ দুৰ্ঘটনা দক্ষিণ আফ্ৰিকাৰ উত্তৰ পাহাৰীয়া অঞ্চলত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত প্ৰায় ৪২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰাজধানী প্ৰিট’ৰিয়াৰ পৰা প্ৰায় ৪০০

শোকাৱহ পথ দুৰ্ঘটনা

দক্ষিণ আফ্ৰিকাৰ উত্তৰ পাহাৰীয়া অঞ্চলত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ।

দুৰ্ঘটনাটোৰ ফলত প্ৰায় ৪২ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ৰাজধানী প্ৰিট’ৰিয়াৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত লুইচ ট্ৰাইচাৰ্ড চহৰৰ সমীপৰ এন ১ ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

লগতে পঢ়ক: পাকিস্তানত ভয়ংকৰ পৰিস্থিতি; TLPৰ প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষ