গৌতম আদানী

জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী; পৰিয়ালক সমবেদনা জ্ঞাপন

জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হ’ল গৌতম আদানী।জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে উদ্যোগপতিগৰাকীয়ে। পুত্ৰ জিত আদানিৰ সৈতে বৰঝাৰৰ পৰা পোন পোনে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিতি গৌতম আদানী।প্ৰাইভেট জেটযোগে বৰঝাৰত উপস্থিত হয় তেওঁ। শোকসন্তপ্ত পৰিয়ালক সমবেদনাও জ্ঞাপন কৰে।গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত  উপস্থিত হ’ল গৌতম আদানী।জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে উদ্যোগপতিগৰাকীয়ে।

পুত্ৰ জিত আদানিৰ সৈতে বৰঝাৰৰ পৰা পোন পোনে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিতি গৌতম আদানী।প্ৰাইভেট জেটযোগে বৰঝাৰত উপস্থিত হয় তেওঁ। শোকসন্তপ্ত পৰিয়ালক সমবেদনাও জ্ঞাপন কৰে।গৰিমা শইকীয়া গাৰ্গৰ সৈতেও কৰিলে বাৰ্তালাপ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ