জুবিন গাৰ্গ

পাখি মেলি উৰি গ’ল; জুবিন গাৰ্গ আৰু নাই

জুবিন গাৰ্গ আৰু নাই ৰাজ্যবাসীক কন্দোৱাই চিৰদিনৰ বাবে গুচি গ’ল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।আনুষ্ঠানিকভাৱে চিকিৎসকে কৰিলে ঘোষণা।ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ হাৰ্টথ্ৰবগৰাকীয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ।স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি গৈছিল তেওঁ। আৰু প্ৰায় ৪৫ মিনিট সময় সাগৰৰ তলতে আছিল

জুবিন গাৰ্গ আৰু নাই

ৰাজ্যবাসীক কন্দোৱাই চিৰদিনৰ বাবে গুচি গ’ল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।আনুষ্ঠানিকভাৱে চিকিৎসকে কৰিলে ঘোষণা।ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ হাৰ্টথ্ৰবগৰাকীয়ে।

নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ।স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি গৈছিল তেওঁ। আৰু প্ৰায় ৪৫ মিনিট সময় সাগৰৰ তলতে আছিল শিল্পীগৰাকী।  হাৰ্টথ্ৰব গৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ। জুবিন গাৰ্গৰ মৃত্যু জাতিৰ বাবে অপূৰণীয় ক্ষতি।

লগতে পঢ়ক: ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন; স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি গ’ল জুবিন গাৰ্গ

শেহতীয়া প্ৰৱন্ধসমূহ