‘১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বন্ধ কৰিব লাগিব’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

ভাৰত-পাকিস্তানৰ যুদ্ধ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ১০ মে’ৰ পৰা ৰাজ্যত সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে। ‘X’যোগে সমগ্ৰ ৰাজ্যবাসীলৈ বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীৰ।এতিয়া উ সৱৰ বতৰ সমাপ্ত কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰিছে তেওঁ। জৰুৰীকালীন

ভাৰত-পাকিস্তানৰ যুদ্ধ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ১০ মে’ৰ পৰা ৰাজ্যত সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

‘X’যোগে সমগ্ৰ ৰাজ্যবাসীলৈ বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীৰ।এতিয়া উ সৱৰ বতৰ সমাপ্ত কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰিছে তেওঁ।

জৰুৰীকালীন পৰিস্থিতিত সকলোকে দেশৰ হকে একত্ৰিত হ’বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্তু বিশ্ব শৰ্মাই।