১৪ দিনৰ জেললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক।
প্ৰিমিয়াৰ শ্ব’ত মহিলাৰ মৃত্যু হোৱা গোচৰত গ্ৰেপ্তাৰ আল্লু অৰ্জুন।
পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ।
আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক।
কিন্তু আদালতৰ পৰা কোনো সকাহ নাপালে আল্লু অৰ্জুনে।
জামিন নোপোৱা পৰ্যন্ত জে’লতেই থাকিব লাগিব অভিনেতা আল্লু অৰ্জুন।
১৪ দিনৰ জেললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক
১৪ দিনৰ জেললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক।প্ৰিমিয়াৰ শ্ব’ত মহিলাৰ মৃত্যু হোৱা গোচৰত গ্ৰেপ্তাৰ আল্লু অৰ্জুন।পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ।আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক।কিন্তু আদালতৰ পৰা কোনো সকাহ নাপালে আল্লু অৰ্জুনে।জামিন নোপোৱা পৰ্যন্ত জে’লতেই থাকিব লাগিব অভিনেতা আল্লু অৰ্জুন।
শেহতীয়া প্ৰৱন্ধসমূহ

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026

তৃণমূল এৰি বিজেপিলৈ যোৱাৰ ডাঙৰ উপহাৰ! ২৪ ঘণ্টা নৌহওঁতেই ৩ নেতাক ৰাজ্যসভাৰ টিকট
Time8
July 10, 2026
Your Ad Here





