জুবিন গাৰ্গ

আজি জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ; কান্দোনত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ

আজি জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ। কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে আদ্যশ্ৰাদ্ধ। শ্ৰাদ্ধৰ নীতি-নিয়ম কৰি থকাৰ মাজত কান্দোনত ভাগি পৰিল পত্নী গৰিমা। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুণমুদ্ধ সকলেও পালন কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ। লগতে পঢ়ক: জুবিন

আজি জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ। কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে আদ্যশ্ৰাদ্ধ। শ্ৰাদ্ধৰ নীতি-নিয়ম কৰি থকাৰ মাজত কান্দোনত ভাগি পৰিল পত্নী গৰিমা।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুণমুদ্ধ সকলেও পালন কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী; পৰিয়ালক সমবেদনা জ্ঞাপন