‘কংগ্ৰেছ দলত টিকটৰ কাৰণে আৰম্ভ হৈছে দৰ-দাম’; মুখ্যমন্ত্ৰী

‘কংগ্ৰেছ দলত টিকটৰ কাৰণে আৰম্ভ হৈছে দৰ-দাম’; মুখ্যমন্ত্ৰী

কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। টিকটৰ বিনিময়ত লয় ৩-৪ কোটি টকা কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,’কংগ্ৰেছ দলত টিকটৰ কাৰণে আৰম্ভ হৈছে দৰ-দাম। ইয়াৰ বাবে ইতিমধ্যে বহুতে আগতীয়া ধন দিছে।কেৱল

কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। টিকটৰ বিনিময়ত লয় ৩-৪ কোটি টকা

কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,’কংগ্ৰেছ দলত টিকটৰ কাৰণে আৰম্ভ হৈছে দৰ-দাম।

ইয়াৰ বাবে ইতিমধ্যে বহুতে আগতীয়া ধন দিছে।কেৱল ইমানেই নহয় মিঞা মুছলমান সমষ্টিত কংগ্ৰেছে টিকটৰ বিনিময়ত ৩-৪ কোটি টকা লয়।বিগত নিৰ্বাচনটো তেওঁলোকে বৃহৎ পৰিমাণৰ টকা লৈছিল।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, প্ৰাৰ্থীৰ পৰাও কংগ্ৰেছে ৫০ হাজাৰকৈ টকা লৈছে। কংগ্ৰেছৰ ব্যৱস্থাটো টকাৰ ওপৰত আধাৰিত।গতিকে টকাৰ লেন-দেন কংগ্ৰেছত ডাঙৰ কথা নহয়।  

লগতে পঢ়ক: অসমত হ্ৰাস অপৰাধৰ সংখ্যা, ৩ মাহত দুহেজাৰ বাংলাদেশী পুশ্ববেক… নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

শেহতীয়া প্ৰৱন্ধসমূহ