মন্ত্ৰীত্ব এৰাৰ পিছতেই সঞ্জয় কিষাণলৈ আহিল ভালখবৰ; লাভ কৰিলে নতুন দায়িত্ব
সদ্য পদত্যাগী মন্ত্ৰী সঞ্জয় কিষাণলৈ আহিল এটা ভালখবৰ। এইবাৰ সঞ্জয় কিষাণক নতুন দায়িত্ব প্ৰদান।
অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব সঞ্জয় কিষাণক। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে পদত্যাগ কৰিছিল সঞ্জয় কিষাণে