CID কাৰ্যালয়ত টাৰছেম মিট্টাল; SITএ গ্ৰহণ কৰিব ভাষ্য
CID কাৰ্যালয়ত টাৰছেম মিট্টাল
CID ৰ কাৰ্যালয়ত উপস্থিত হ’ল জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজেৰ টাৰছেম মিট্টাল। আজি SITএ ভাষ্য গ্ৰহণ কৰিব টাৰছেম মিট্টালৰ।
SITএ হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিছিল মিট্টালক।মুম্বাইৰ পৰা পোনে পোনে CID কাৰ্যালয়ত উপস্থিত হৈছে মিট্টাল।
উল্লেখ্য যে, এই টাৰছেম মিট্টালে জুবিন গাৰ্গৰ সৈতে চিনাকী কৰাই দিছিল সিদ্ধাৰ্থ শৰ্মাক।
লগতে পঢ়ক: মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ; ক’লে আঁৰৰ কাৰণ…