বীৰ লাচিত সেনাৰ মুখ্য সচিবক আদালতত হাজিৰ
-বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ এক্সন
-বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানী ফুকনক আদালতত হাজিৰ
-উৎপল দত্ত, তন্ময় চেতিয়াকো আদালতত হাজিৰ
-মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে তিনিওকে
-দিশপুৰ থানাৰ পৰা ন্যায়ালয়লৈ লৈ যোৱা হ’ল ৰন্টু পানী ফুকন তন্ময় চেতিয়া আৰু উৎপল অসমক
-যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে বিকাশ অসম
-বৰ্তমানেও পলাতক হৈ আছে বিকাশ অসম
-ইফালে নলবাৰীত আজি বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰে বজৰংগ দলে
-সংগঠনটোৰ বেনাৰ পোষ্টাৰ ফালে বজৰংগ দলে
লগতে পঢ়ক : পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু-সিদ্ধাৰ্থসহ পাঁচ অভিযুক্ত









