পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু-সিদ্ধাৰ্থসহ পাঁচ অভিযুক্ত

পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু-সিদ্ধাৰ্থ -পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক -জে’লতে থাকিব লাগিব ৫ অভিযুক্ত -১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক -পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গ -জুবিন গাৰ্গৰ

পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু-সিদ্ধাৰ্থ

-পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক

-জে’লতে থাকিব লাগিব ৫ অভিযুক্ত

-১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক

-পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গ

-জুবিন গাৰ্গৰ ২  দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকো ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

-মঙলবাৰে ভাৰ্চুৱেলী হৈ যায় আদালতৰ কাম-কাজ

-বৰ্তমান বাক্সাৰ কাৰাগাৰত আছে শ্যামকানু-সিদ্ধাৰ্থ-সন্দীপনসহ দুই দেহৰক্ষী

-আনহাতে হাফলং কাৰাগাৰত আছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতি

লগতে পঢ়ক : বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক বহিষ্কাৰ