নয়ডাৰ কেইবাখনো বিদ্যালয়ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি...

নয়ডাৰ কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…

নয়ডাত হাহাকাৰ।কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি নয়ডাৰ কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিযাৰ ভাবুকি প্ৰদান কৰা হৈছে। মেইলৰ যোগেদি এই ভাবুকি দিয়া হৈছে। তাৰ পিছতেই বিদ্যালয় সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল শিৱনাদৰ বিদ্যালয় আৰু এমিটি স্কুলত উপস্থিত

নয়ডাত হাহাকাৰ।কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

নয়ডাৰ কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিযাৰ ভাবুকি প্ৰদান কৰা হৈছে। মেইলৰ যোগেদি এই ভাবুকি দিয়া হৈছে। তাৰ পিছতেই বিদ্যালয় সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল শিৱনাদৰ বিদ্যালয় আৰু এমিটি স্কুলত উপস্থিত হৈ তালাচী অভিযান আৰম্ভ কৰে।আন বিদ্যালয়তো আৰক্ষীৰ বৃহৎ দল উপস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে।

বিদ্যালয়সমূত বোমা বিস্ফোৰণৰ ভাবুকিৰ তথ্য লাভ কৰাৰ লগে লগে নয়ডা আৰক্ষীৰ এটা দলে বিদ্যালয়সমূহত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে।
ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি আৰক্ষীয়ে লগে লগে তালাচী অভিযান আৰম্ভ কৰে।বিদ্যালয়সমূহত বোমা নিষ্কাশন স্কোয়াড আৰু ডগ স্কোয়াডৰ সহায়ত অভিযান চলাই আছে।ইফালে আৰক্ষীৰ কাৰিকৰী দলটোৱে ইমেইলটোৰ উৎস বিচাৰি উলিয়াবলৈ কাম কৰি আছে।

লগতে পঢ়ক: ইউ জি চি নেট ডিচেম্বৰ ২০২৫ৰ সূচী প্ৰকাশ, এই তাৰিখৰ পৰা আৰম্ভ হ’ব পৰীক্ষা

শেহতীয়া প্ৰৱন্ধসমূহ