বিটিচি চৰকাৰৰ বাঘজৰী হাতত ল'লে হাগ্ৰামা মহিলাৰীয়ে; কোনে পালে কি দায়িত্ব ?

বিটিচি চৰকাৰৰ বাঘজৰী হাতত ল’লে হাগ্ৰামা মহিলাৰীয়ে; কোনে পালে কি দায়িত্ব ?

বিটিচি চৰকাৰৰ বাঘজৰী হাতত ল’লে হাগ্ৰামা মহিলাৰীয়ে বৃহৎ জয়েৰে বিটিচিৰ মচনদ দখল কৰা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আজি ইএম হিচাবে শপত গ্ৰহণ কৰিলে নৱ নিৰ্বাচিত ১২জনকৈ পাৰিষদে । শপত গ্ৰহণৰ পিছতে আটাইকেইজন পাৰিষদক বিটিচি চৰকাৰত তেওঁলোকৰ দায়িত্ব সমূহো অৰ্পণ কৰা হয় ।

বিটিচি চৰকাৰৰ বাঘজৰী হাতত ল’লে হাগ্ৰামা মহিলাৰীয়ে

বৃহৎ জয়েৰে বিটিচিৰ মচনদ দখল কৰা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আজি ইএম হিচাবে শপত গ্ৰহণ কৰিলে নৱ নিৰ্বাচিত ১২জনকৈ পাৰিষদে । শপত গ্ৰহণৰ পিছতে আটাইকেইজন পাৰিষদক বিটিচি চৰকাৰত তেওঁলোকৰ দায়িত্ব সমূহো অৰ্পণ কৰা হয় । জানক কাৰ কান্ধত পৰিল কি দায়িত্ব-

-বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীঃ পি ডব্লিউ ডি, পি এন আৰ ডি, বিত্ত, ক্ৰীড়া, সাংস্কৃতিক পৰিক্ৰমাকে ধৰি কেইবাটাও বিভাগ ।

-উপ-মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীঃ কৃষি বিভাগ

-মুনমুন ব্ৰক্ষ্মঃ নগৰ উন্নয়ন

-ৰবিৰাম নাৰ্জাৰীঃ শিক্ষা বিভাগ

-মৃত্যুঞ্জয় নাৰ্জাৰীঃ পৰিবহণ

-দেৰহাছাৎ বসুমতাৰীঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

-প্ৰকাশ বসুমতাৰীঃ সমাজ কল্যাণ বিভাগ

-পানীৰাম ব্ৰক্ষ্মঃ বন বিভাগ

-বেগম আখতাৰা আহমেদঃ জনস্বাস্থ্য কাৰিকৰী

-ধীৰাজ বৰগয়াৰীঃ ভূমি সংৰক্ষণ বিভাগ

-গণেশ কছাৰীঃ জলসিঞ্চন

-লামশ্ৰাও দৈমাৰীঃ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্ব

-ফ্ৰেছ মুছাহাৰীঃ জলসম্পদ বিভাগ

-আগাষ্টুশ্ব টিয়াঃ পশুপালন বিভাগৰ দায়িত্ব

লগতে পঢ়ক : জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ছীল