বিদ্যালয়ত সঘনে অনুপস্থিত থকা শিক্ষাৰ্থীসকল সাৱধান । এতিয়াৰে পৰা অভিভাৱকলৈ যাব মেছেজ ।
-বিদ্যালয়ত অনুপস্থিত থাকিলেই আভিভাৱকলৈ যাব মেছেজ
-বিদ্যালয়ত সঘনে অনুপস্থিত থকা শিক্ষাৰ্থীসকল সাৱধান
-শিক্ষাৰ্থী শ্ৰেণীকোঠাত উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ
-বিদ্যালয় শিক্ষাত ডিজিটেলী মণিটৰ কৰা হ’ব ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি
-শিক্ষা সেৱা সেতুৰ জৰিয়তে নতুন সেৱা মুকলি
-অভিভাৱক আৰু শিক্ষাৰ্থীৰ বাবে মুকলি কৰা হৈছে এই সেৱা
-ইয়াৰ বাবে সকলো অভিভাৱকৰ নম্বৰ সংগ্ৰহ
-একেৰাহে ৫ দিন উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ
-অভিভাৱকৰ পৰা বিচৰা হ’ব অনুপস্থিতিৰ কাৰণ
-শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা
লগতে পঢ়ক : ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ…









