ADRE

আজি ঘোষণা কৰা হ’ব ADRE তৃতীয় বৰ্গৰ ফলাফল…

আজি ঘোষণা কৰা হ’ব ADRE তৃতীয় বৰ্গৰ ফলাফল… লাখ লাখ নিবনুৱাৰ বাবে ডাঙৰ খবৰ। আজি ঘোষণা কৰা হ’ব ADRE তৃতীয় বৰ্গৰ ফলাফল। পুৱা ১০:৩০ বজাৰ লগে লগে ঘোষণা হ’ব ফলাফল। ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। তাৰ লগতে অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফলো আজি

আজি ঘোষণা কৰা হ’ব ADRE তৃতীয় বৰ্গৰ ফলাফল…

লাখ লাখ নিবনুৱাৰ বাবে ডাঙৰ খবৰ। আজি ঘোষণা কৰা হ’ব ADRE তৃতীয় বৰ্গৰ ফলাফল। পুৱা  ১০:৩০ বজাৰ লগে লগে ঘোষণা হ’ব ফলাফল। ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি।

তাৰ লগতে অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফলো আজি ঘোষণা কৰা হ’ব।দিনৰ ১১.৩০বজাত ৬২৫টা পদৰ ঘোষণা কৰা হ’ব ফলাফল।

www.slprbassam.in  ত উপলব্ধ হ’ব ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে ঘোষণা কৰিব ফলাফল।

উপ-পৰিদৰ্শকৰ ২০৩ টা পদৰো ফলাফল ঘোষণা কৰা হ’ব।সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ্থীক জনালে শুভেচ্ছা।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন বিভাগত তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬০০ টা পদ খালী হৈ আছে।ইয়াৰে ৪ হাজাৰ ৫৫ টা পদ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

লগতে পঢ়ক: কাইলৈ ঘোষণা হ’ব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফল