‘প’ষ্ট মেলনৰ পিছতে অসমলৈ ছাকিৰাক অনাৰ চিন্তা কৰা হৈছে’; মুখ্যমন্ত্ৰী

‘প’ষ্ট মেলনৰ পিছতে অসমলৈ ছাকিৰাক অনাৰ চিন্তা কৰা হৈছে’; মুখ্যমন্ত্ৰী

অসমত প্ৰথমবাৰলৈ আন্ত:ৰাষ্ট্ৰীয় শিল্পী আহিছে। প’ষ্ট মেলনৰ পিছত অহা ২ বছৰত অসমলৈ ছাকিৰাক অনাৰ চিন্তা কৰা হৈছে’; মুখ্যমন্ত্ৰী আজি ৰেপ, ৰ’ক সংগীতেৰে মায়াময় হ’ব মহানগৰীৰ সন্ধিয়া। প’ষ্ট মেলনৰ সংগীতানুষ্ঠানলৈ কিছু মুহূৰ্ত থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে

অসমত প্ৰথমবাৰলৈ আন্ত:ৰাষ্ট্ৰীয় শিল্পী আহিছে। প’ষ্ট মেলনৰ পিছত অহা ২ বছৰত অসমলৈ ছাকিৰাক অনাৰ চিন্তা কৰা হৈছে’; মুখ্যমন্ত্ৰী

আজি ৰেপ, ৰ’ক সংগীতেৰে মায়াময় হ’ব মহানগৰীৰ সন্ধিয়া। প’ষ্ট মেলনৰ সংগীতানুষ্ঠানলৈ কিছু মুহূৰ্ত থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,অসমলৈ আহিব আন্ত:ৰাষ্ট্ৰীয় গায়িকা ছাকিৰা । অহা বছৰ বা ২ বছৰ পিছত অসমত ছাকিৰাৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰাৰ ইচ্ছা প্ৰকাশ মুখ্যমন্ত্ৰী । তেওঁ কয় যে, বছৰত এনেকুৱা তিনিটামান অনুষ্ঠান হ’লেহে গুৱাহাটীৰ নামটো ওপৰত যাব।

ইফালে প’ষ্ট মেলনৰ সংগীতানুষ্ঠান সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত প্ৰথমবাৰৰ বাবে বিশ্বস্বীকৃত শিল্পীয়ে সংগীতানুষ্ঠান কৰিব। অনুষ্ঠান চাবলৈ বিভিন্ন ঠাইৰ লোক আহিছে। ই অসমৰ অৰ্থনীতিত সহায় কৰিব’।

লগতে পঢ়ক: ‘জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো’… স্মৃতি মন্ধানাৰ সৈতে বিবাহক লৈ মৌনতা ভংগ কৰিলে পলাশে

শেহতীয়া প্ৰৱন্ধসমূহ