বিকাশ অসমক গ্ৰেপ্তাৰ; কেইবাদিন ধৰি কৰি আছিল আত্মগোপন

বিকাশ অসমক গ্ৰেপ্তাৰ; কেইবাদিন ধৰি কৰি আছিল আত্মগোপন

বিকাশ অসমক গ্ৰেপ্তাৰ অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক অৱস্থাত থকা বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম।দিছপুৰ আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ বিকাশক। কিছুসময়ৰ পূৰ্বে সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালে চাই বিকাশ অসমে দিছিল এটা পোষ্ট।তাৰ পিছতে গ্ৰেপ্তাৰ হ’ল বিকাশ। বৰ্তমান দিছপুৰ আৰক্ষীয়ে জেৰা চলাই থকা হৈছে। লগতে পঢ়ক:

বিকাশ অসমক গ্ৰেপ্তাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক অৱস্থাত থকা বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম।দিছপুৰ আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ বিকাশক।

কিছুসময়ৰ পূৰ্বে সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালে চাই বিকাশ অসমে দিছিল এটা পোষ্ট।তাৰ পিছতে গ্ৰেপ্তাৰ হ’ল বিকাশ। বৰ্তমান দিছপুৰ আৰক্ষীয়ে জেৰা চলাই থকা হৈছে।  

লগতে পঢ়ক: ‘বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে’; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ