বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানী ফুকনক আদালতত হাজিৰ

বীৰ লাচিত সেনাৰ মুখ্য সচিবক আদালতত হাজিৰ -বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ এক্সন -বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানী ফুকনক আদালতত হাজিৰ -উৎপল দত্ত, তন্ময় চেতিয়াকো আদালতত হাজিৰ -মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে তিনিওকে -দিশপুৰ থানাৰ পৰা ন্যায়ালয়লৈ লৈ যোৱা হ’ল ৰন্টু

বীৰ লাচিত সেনাৰ মুখ্য সচিবক আদালতত হাজিৰ

-বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ এক্সন

-বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানী ফুকনক আদালতত হাজিৰ

-উৎপল দত্ত, তন্ময় চেতিয়াকো আদালতত হাজিৰ

-মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে তিনিওকে

-দিশপুৰ থানাৰ পৰা ন্যায়ালয়লৈ লৈ যোৱা হ’ল ৰন্টু পানী ফুকন তন্ময় চেতিয়া আৰু উৎপল অসমক

-যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে বিকাশ অসম

-বৰ্তমানেও পলাতক হৈ আছে বিকাশ অসম

-ইফালে নলবাৰীত আজি বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰে বজৰংগ দলে

-সংগঠনটোৰ বেনাৰ পোষ্টাৰ ফালে বজৰংগ দলে

লগতে পঢ়ক : পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু-সিদ্ধাৰ্থসহ পাঁচ অভিযুক্ত

শেহতীয়া প্ৰৱন্ধসমূহ