আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

আহি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

আহি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট… দিল্লীৰ পৰা আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট। দিল্লীৰ CFSLৰ পৰা ৰিপ’ৰ্ট লাভ কৰিলে CID-এ।আহি অসম আৰক্ষীৰ হাতত পৰিব হিয়াৰ আমঠু জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট। আজি স্পষ্ট হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ। সঁচাকৈয়ে জুবিন গাৰ্গক বিহ দিয়া

আহি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

দিল্লীৰ পৰা আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট। দিল্লীৰ CFSLৰ পৰা ৰিপ’ৰ্ট লাভ কৰিলে CID-এ।আহি অসম আৰক্ষীৰ হাতত পৰিব হিয়াৰ আমঠু জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট।

আজি স্পষ্ট হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ। সঁচাকৈয়ে জুবিন গাৰ্গক বিহ দিয়া হৈছিল নেকি সেই কথা জানিব পৰা যাব।

SITএ ৰিপৰ্ট চাই ক্ষিপ্ৰ কৰিব তদন্ত প্ৰক্ৰিয়া। ৰিপৰ্টত কি আছে সেই কথা গৰিমা শইকীয়া গাৰ্গক কৰা হ’ব অৱগত।  

লগতে পঢ়ক: জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ…