PSO

জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ…

জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ… অৱশেষত গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। চতুৰ্থ দিনৰ বাবে SITৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছতে দুয়োকে গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছতে CIDৰ কাৰ্যালয়ৰ পৰা আদালতলৈ দুয়োকে লৈ যোৱা হৈছে। উল্লেখ্য যে,এই দুই PSOৰ একাউন্টেৰ জুবিন

জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ…

অৱশেষত গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। চতুৰ্থ দিনৰ বাবে SITৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছতে দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পিছতে CIDৰ কাৰ্যালয়ৰ পৰা আদালতলৈ দুয়োকে লৈ যোৱা হৈছে। উল্লেখ্য যে,এই দুই PSOৰ একাউন্টেৰ জুবিন গাৰ্গৰ নামত লেন দেন হৈছিল লাখ লাখ টকা।

নন্দেশ্বৰৰ একাউন্টেৰ লেনদেন হৈছিল ৭০ লাখ আনহাতে পৰেশৰ একাউন্টত আছিল জুবিন গাৰ্গৰ ৪০ লাখ। GPAYৰ জড়িয়তে বুজন পৰিমাণৰ ধনৰ হৈছিল লেনদেন।

৪ দিনীয়া জেৰাৰ অন্তত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় ২ PSOক।জুবিন কাণ্ডৰে জড়িত সৰ্বমুঠ ৭জনক গ্ৰেপ্তাৰ কৰা হৈছে।   

লগতে পঢ়ক: ‘শ্যামকানু আৰু সিদ্ধাৰ্থক ৰাজহুৱাকৈ ফাঁচী দিয়ক’; ব্যৱসায়ী বন্ধু কিশোৰ বৰুৱাৰ বিস্ফোৰণ