মীৰাবাই চানু

মীৰাবাই চানুৰ আন এক অভিলেখ; বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন

মীৰাবাই চানুৰ আন এক অভিলেখ ভাৰতৰ তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাই চানুৱে পুনৰবাৰ ভাৰতৰ নাম উজ্জ্বলাইছে। ২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছে মীৰাবাই চানুৱে। তেওঁ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৪৮ কেজি ওজন শাখাত অংশগ্ৰহণ কৰিছিল। বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত মীৰাবাইৰ এয়া তৃতীয়টো পদক। ইয়াৰ পূৰ্বে তেওঁ

মীৰাবাই চানুৰ আন এক অভিলেখ

ভাৰতৰ তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাই চানুৱে পুনৰবাৰ ভাৰতৰ নাম উজ্জ্বলাইছে। ২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছে মীৰাবাই চানুৱে।

তেওঁ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৪৮ কেজি ওজন শাখাত অংশগ্ৰহণ কৰিছিল। বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত মীৰাবাইৰ এয়া তৃতীয়টো পদক।

ইয়াৰ পূৰ্বে তেওঁ ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক তাৰ পিছত ২০২২ চনত তেওঁ ৰূপৰ পদক লাভ কৰে।

২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পিছত আগষ্ট মাহত অনুষ্ঠিত হোৱা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৪৮ কেজি শাখাত তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল।

তেওঁ মুঠ ১৯৯ কেজি (৮৪ কেজি স্নেচ + ১১৫ কেজি ক্লিন এণ্ড জাৰ্ক) তুলি লয়।বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৪৮ কেজি ওজন শাখাত অংশগ্ৰহণ কৰি তিনি বছৰৰ পাছত এই বৃহৎ প্ৰতিযোগিতাত পদক লাভ কৰে বিশ্ব চেম্পিয়নগৰাকিয়ে।

লগতে পঢ়ক: ১৪ বছৰৰ পিছত ভাৰতলৈ আহি আছে ‘ফুটবল সম্ৰাট’ লিয়নেল মেছি…