কেতিয়া ঘোষণা হ’ব ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল
-১০ অক্টোবৰত ঘোষণা হ’ব ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল
-১৫ অক্টোবৰত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ প্ৰায় ৫ হাজাৰ পৰীক্ষাৰ্থীৰ ফলাফল
-১২ অক্টোবৰৰ পূৰ্বে ঘোষণা হ’ব স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল
-১৫ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ঘোষণা হ’ব প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষাৰ নিযুক্তিৰ ফলাফল
-১৫ অক্টোবৰত ঘোষণা হ’ব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল
-আৰক্ষীৰ SI আৰু FIRE BRIGADE পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত ঘোষণা হ’ব
-ছেপ্টেম্বৰ মাহৰ ভিতৰতে AB আৰু UB কণিষ্টবলৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ’ব
-২৫ আৰু ২৬ অক্টোবৰৰ ভিতৰত লাভ কৰিব নিযুক্তি পত্ৰ
-ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
লগতে পঢ়ক : ‘৬ অক্টোবৰত আহিব লাগিব ছিংগাপুৰৰ ৮ গৰাকী প্ৰৱাসী অসমীয়া’; মুখ্যমন্ত্ৰী









