জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
-সিদ্ধাৰ্থ আৰু শ্যামকানু গুৱাহাটীত নাই
-শ্যামকানু মহন্ত অসমত আহিলেই কৰা হ’ব সোধ-পোছ
-আইনী প্ৰক্ৰিয়াৰ মাজেৰে সকলো আগবাঢ়িব
-সমগ্ৰ ঘটনা SIT-এ তদন্ত কৰিব
-SIT ব্যৰ্থ হ’লে সমগ্ৰ তদন্ত অৰ্পণ কৰা হ’ব CBIক
-ভিছাৰা আৰু মৰণোত্তৰ পৰীক্ষা ৰিপ’ৰ্ট অহালৈ ৰ’ব লাগিব সকলো
-তৎক্ষণাত ন্যায় বিচাৰিলে আমি ব্যৰ্থ হ’ম
-আদালতে আৱেগ নুবুজে
-আদালত আৱেগ নচলে, চলিব তথ্য প্ৰমাণ
-আদালতক সন্তুোষ্ট কৰিব পৰাকৈ SIT-এ কৰিব লাগিব কাম
-সকলোৱে চৰকাৰক সহায়-সহযোগিতা কৰক
-সকলো অভিযুক্তক এজন এজনকৈ মাতি কৰা হ’ব তদন্ত
-অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব
-সন্দীপন গাৰ্গ, অমৃতপ্ৰভা, নিশিতা গোস্বামী সকলো আহিব তদন্তৰ আওতাত
-য়টত থকা সকলো লোক আহিব তদন্তৰ আওতাত
-উৰা বাতৰিত গুৰুত্ব দিলে সঁচা তথ্য কেতিয়াও নোলাব
-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য
লগতে পঢ়ক : ‘জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে’… মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই