কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হটব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক...

পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ… সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ

পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ -পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ   -গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হ’ব মৰণোত্তৰ পৰীক্ষা -ৰাইজৰ দাবীমতেই চৰকাৰে লৈছে এই সিদ্ধান্ত -এইমছৰ চিকিৎসকৰ নিৰীক্ষণত কৰা হ’ব মৰণোত্তৰ পৰীক্ষা -পুৱা ৭.৩০ বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ’ব GMCHলৈ -ৰাইজৰ দাবীমতেই চৰকাৰে লৈছে

পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ

-পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ  

-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হ’ব মৰণোত্তৰ পৰীক্ষা

-ৰাইজৰ দাবীমতেই চৰকাৰে লৈছে এই সিদ্ধান্ত

-এইমছৰ চিকিৎসকৰ নিৰীক্ষণত কৰা হ’ব মৰণোত্তৰ পৰীক্ষা

-পুৱা ৭.৩০ বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ’ব GMCHলৈ

-ৰাইজৰ দাবীমতেই চৰকাৰে লৈছে এই সিদ্ধান্ত

-একৰ পৰা ডেৰ ঘন্টা সময় লাগিব এই প্ৰক্ৰিয়াত

-মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত পুনৰ অনা হ’ব সৰুসজাইলৈ

-মৰণোত্তৰ পৰীক্ষাৰ বাবে সলনি হ’ব শেষকৃত্যৰ সময়

-৯.৩০ৰপৰা ১০বজাৰ ভিতৰত লৈ যোৱা হ’ব সোণাপুৰলৈ

-সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক… কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

শেহতীয়া প্ৰৱন্ধসমূহ