-দিল্লী বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গক লৈ অনা বিমান

দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ…

দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ –দিল্লী বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গক লৈ অনা বিমান -মুখ্যমন্ত্ৰীয়ে চমজি ল’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ -সকলো যাৱতীয় কাম কাজ সম্পন্ন কৰাৰ পিছতে উৰা মাৰিব গুৱাহাটীলৈ -চাৰ্টাড বিমানযোগে লৈ অহা হ’ব গুৱাহাটীলৈ -গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ -মুখ্যমন্ত্ৰীৰ

দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ

দিল্লী বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গক লৈ অনা বিমান

-মুখ্যমন্ত্ৰীয়ে চমজি ল’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ

-সকলো যাৱতীয় কাম কাজ সম্পন্ন কৰাৰ পিছতে উৰা মাৰিব গুৱাহাটীলৈ

-চাৰ্টাড বিমানযোগে লৈ অহা হ’ব গুৱাহাটীলৈ

-গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ

-মুখ্যমন্ত্ৰীৰ সক্ৰিয় নেতৃত্বত কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা হ’ব প্ৰিয় শিল্পীগৰাকীক

-পুৱাই আৰম্ভ হ’ব জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লগতে পঢ়ক : হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা : তিনিদিনীয় ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ

শেহতীয়া প্ৰৱন্ধসমূহ