মন্ত্ৰীসভাৰ ৰদ-বদলৰ পূৰ্বে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ

-মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ -মন্ত্ৰী সভা ৰদ-বদলৰ প্ৰাকক্ষণত মন্ত্ৰীগৰাকীয়ে কৰিছে পদত্যাগ -দিল্লীলৈ তলব মন্ত্ৰী সঞ্জয় কিষানক -চাহ জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল সঞ্জয় কিষাণ -শ্ৰমিক কল্যাণ দপ্তৰৰো মন্ত্ৰী আছিল সঞ্জয় কিষাণ -সঞ্জয় কিষাণৰ পৰিৱৰৰ্তে মন্ত্ৰী হ’ব নেকি ৰূপেশ গোৱালা ? -৭ ডিচেম্বৰত হ’ব ৰাজ্য চৰকাৰ

-মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ

-মন্ত্ৰী সভা ৰদ-বদলৰ প্ৰাকক্ষণত মন্ত্ৰীগৰাকীয়ে কৰিছে পদত্যাগ

-দিল্লীলৈ তলব মন্ত্ৰী সঞ্জয় কিষানক

-চাহ জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল সঞ্জয় কিষাণ

-শ্ৰমিক কল্যাণ দপ্তৰৰো মন্ত্ৰী আছিল সঞ্জয় কিষাণ

-সঞ্জয় কিষাণৰ পৰিৱৰৰ্তে মন্ত্ৰী হ’ব নেকি ৰূপেশ গোৱালা ?

-৭ ডিচেম্বৰত হ’ব ৰাজ্য চৰকাৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ

-কেবিনেট বৈঠকত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ