বীৰ লাচিত সেনাৰ মুখ্য সচিবক আটক
-যিকোনো মুহূৰ্তত ৰাজ্যত নিষিদ্ধ ঘোষণা হ’ব বীৰ লাচিত সেনা !
-বীৰ লাচিত সেনাৰ বিৰুদ্ধে এক্সন আৰম্ভ অসম আৰক্ষীৰ
-সংবাদমেল দি থাকোতেই সংগঠনটোৰ শীৰ্ষ নেতা ৰণ্টু পানীফুকনক আটক
-শীঘ্ৰেই জালত পৰিব বিকাশ অসম
-২২ লাখ দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সংগঠনটোৰ ৮ সদস্যক
-দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইনজামুল হক, মোহন বৰা
-বিশ্বজিত দলে, নিতু আহমেদ, চিন্ময় দেৱ,
-ৰিয়াজ আহমেদ আৰু বিৰাজবল্ল কলিতাক
-সংগঠনটোৰ কৰ্ম-কাণ্ডক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লগতে পঢ়ক : শীঘ্ৰেই নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা; কঠোৰ মুখ্যমন্ত্ৰী









