নিয়ম নামানিলে যাব লাগিব জেললৈ ! পৰ্যালোচনা বৈঠকত চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত

-লাখ-লাখ যান বাহনৰ গৰাকীৰ বাবে নতুন নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

-উদণ্ড চালকৰ বাবে কোনো ক্ষমা নাই

-দুচকীয়া,চাৰিচকীয়া সকলো বাহনৰ কৰা হ’ব চেকিং

-ৰাজপথত নিয়ম নমনা চালকক লগে লগে ধৰিব আৰক্ষীয়ে

-দ্ৰুতগতিত বাহন চলোৱা মানেই লগে লগে জেল

-লাখ-লাখ যান বাহনৰ গৰাকীৰ বাবে নতুন নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

-পৰ্যালোচনা বৈঠকত চৰকাৰে লৈছে বৃহত সিদ্ধান্ত

-মাঘ বিহুলৈকৈ পৰিবহণ বিভাগক কঠোৰ হোৱাৰ নিৰ্দেশ

-সুৰাপায়ী চালকক নাকী লগোৱাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ

-নিশা ১০ বজাৰ পিছত বাহনসমূহ পৰীক্ষা কৰাৰ নিৰ্দেশ

-বাৰ সমূহৰ ওপৰত থাকিব তীক্ষ্ণ নজৰ

-গাঁৱৰ প্ৰত্যেক ১ কিঃমিঃ মূৰে-মূৰে থাকিব লাগিব গতিৰোধক

-প্ৰতি বছৰে ১৫ ডিচেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈ চলিব তালাচী

-বহাগ বিহু,দূৰ্গা পূজাৰ সময়তো তীব্ৰতৰ হ’ব তালাচী

-চকুৰ পৰীক্ষা কৰা হ’ব চালকৰ

-বনভোজথলীৰ আশে-পাশে নিয়োগ কৰা হ’ব SDRF

-ৰাজ্যৰ প্ৰতিখন গুৰুত্বপূৰ্ণ চহৰত থাকিব লাগিব ষ্ট্ৰীট লাইটৰ ব্যৱস্থা

-পথ সুৰক্ষাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত

জনসাধাৰণৰ পৰা আৰক্ষীলৈকে…মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে ১৫টাকৈ কঠোৰ নিৰ্দেশনা

-পথ দুৰ্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

-ৰাজ্যত পথ দুৰ্ঘটনা ৰোধৰ বাবে তৈয়াৰ কৰিলে কৰ্মসূচী

-মাঘ বিহুলৈকৈ পৰিবহণ বিভাগক কঠোৰ হোৱাৰ নিৰ্দেশ

-সুৰাপায়ী চালকক নাকী লগোৱাৰ নিৰ্দেশ