পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু-সিদ্ধাৰ্থ
-পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক
-জে’লতে থাকিব লাগিব ৫ অভিযুক্ত
-১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক
-পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গ
-জুবিন গাৰ্গৰ ২ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকো ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
-মঙলবাৰে ভাৰ্চুৱেলী হৈ যায় আদালতৰ কাম-কাজ
-বৰ্তমান বাক্সাৰ কাৰাগাৰত আছে শ্যামকানু-সিদ্ধাৰ্থ-সন্দীপনসহ দুই দেহৰক্ষী
-আনহাতে হাফলং কাৰাগাৰত আছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতি
লগতে পঢ়ক : বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক বহিষ্কাৰ









