মন্ত্ৰীসভাত অন্তৰ্ভূক্ত BPF ৰ বিধায়ক চৰণ বড়ো

মন্ত্ৰীসভাত অন্তৰ্ভূক্ত BPF  ৰ বিধায়ক চৰণ বড়ো; ৰাজ্যপালৰ ওচৰত ললে শপত

মন্ত্ৰীসভাত অন্তৰ্ভূক্ত BPF ৰ বিধায়ক চৰণ বড়ো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হ’ল BPF ৰ বিধায়ক চৰণ বড়ো।নতুন মন্ত্ৰী হিচাপে শপত ললে মাজবাটৰ BPF ৰ বিধায়কগৰাকীয়ে। ৰাজভৱনত ৰাজ্যপালে পাঠ কৰোৱালে শপতবাক্য। শপতগ্ৰহণ কৰিয়েই চৰণ বড়োৱে কয় যে, জীৱনত বহুত চেলেঞ্জ আছে, কম সময়ৰ ভিতৰত শিকিবলগীয়াও

মন্ত্ৰীসভাত অন্তৰ্ভূক্ত BPF  ৰ বিধায়ক চৰণ বড়ো

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হ’ল BPF  ৰ বিধায়ক চৰণ বড়ো।নতুন মন্ত্ৰী হিচাপে শপত ললে মাজবাটৰ BPF ৰ বিধায়কগৰাকীয়ে। ৰাজভৱনত ৰাজ্যপালে পাঠ কৰোৱালে শপতবাক্য।

শপতগ্ৰহণ কৰিয়েই চৰণ বড়োৱে কয় যে, জীৱনত বহুত চেলেঞ্জ আছে, কম সময়ৰ ভিতৰত শিকিবলগীয়াও বহুত আছে। ৰাজভৱনত শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন: মুকেশ সাহনিৰ দল VIP এ প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা