শ্যামকানু আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ; গোঁসাই সমাজৰ ডাঙৰ সিদ্ধান্ত

শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ; গোঁসাই সমাজৰ ডাঙৰ সিদ্ধান্ত

শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ -সদৌ অসম গোঁসাই সমাজে বহিষ্কাৰ কৰিলে শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক –জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সদৌ অসম গোঁসাই সমাজৰ ডাঙৰ সিদ্ধান্ত -শ্যামকানু মহন্তক নৰপিশাচ বুলি কলে গোঁসাই সমাজে -বিবৃতি প্ৰকাশ কৰি সদৌ অসম গোঁসাই সমাজৰ পৰা

শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ

-সদৌ অসম গোঁসাই সমাজে বহিষ্কাৰ কৰিলে শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সদৌ অসম গোঁসাই সমাজৰ ডাঙৰ সিদ্ধান্ত

-শ্যামকানু মহন্তক নৰপিশাচ বুলি কলে গোঁসাই সমাজে

-বিবৃতি প্ৰকাশ কৰি সদৌ অসম গোঁসাই সমাজৰ পৰা বহিষ্কাৰ পৰিয়ালটোক

-সৃজনী ভাস্ব মহন্তকো বহিষ্কাৰ কৰিছে গোঁসাই সমাজে

-আগন্তুক দিনত এই মহন্তৰ পৰিয়ালৰ গোঁসাই সমাজৰ কোনো সম্পৰ্ক নাথাকিব

-সদৌ অসম গোঁসাই সমাজৰ সভাপতি দেৱেন্দ্ৰ নাথ মহন্তই প্ৰকাশ কৰিলে বিবৃতি

-জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছে শ্যামকানুৰ

-ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানুক

লগতে পঢ়ক : ‘জুবিন গাৰ্গৰ জীৱিত কালত অখিল গগৈক অনুৰাগী হিচাপে দেখা নাছিলো’; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ