সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন -সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন –জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখন দেখি কান্দোনত ভাগি পৰিছে গুণমুগ্ধ -সোণাপুৰৰ কমাৰকুছিত উঠিছে কান্দোনৰ ৰোল -চৌদিশে মুখৰিত জুবিনৰ চিৰ যুগমীয়া সৃষ্টি -জুবিনৰ শেষকৃত্য কৰিব পুৰোহিত

সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

-সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখন দেখি কান্দোনত ভাগি পৰিছে গুণমুগ্ধ

-সোণাপুৰৰ কমাৰকুছিত উঠিছে কান্দোনৰ ৰোল

-চৌদিশে মুখৰিত জুবিনৰ চিৰ যুগমীয়া সৃষ্টি

-জুবিনৰ শেষকৃত্য কৰিব পুৰোহিত পংকজ শৰ্মা আৰু তুষাৰ ভাগৱতীয়ে

-জুবিনৰ মুখাগ্নি কৰিব অৰুণ গাৰ্গ আৰু পালমী বৰঠাকুৰে

-সংগ দিব ৰাহুল গৌতম শৰ্মাই

-শোকাকুল পৰিৱেশৰ মাজেৰে বিদায় অসমীয়াৰ প্ৰাণৰ জুবিনক

-ৰঙা চন্দন কাঠেৰে সজাই তোলা হৈছে জুবিনৰ সমাধি

-শেষকৃত্যৰ বাবে পুৱা ৭বজাৰ পৰা বিয়লি ৪বজালৈ বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ

-শেষকৃত্যৰ পিছতে পুনৰ খুলি দিয়া হ’ ব সকলো

লগতে পঢ়ক : নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী… উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ

শেহতীয়া প্ৰৱন্ধসমূহ