দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ
-আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আহি পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ
-বিমানযোগে লৈ অনা হৈছে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ
-চাৰ্টাৰ্ড প্লেনত আনিব পৰা নগ’ল অসমীয়াৰ আপোন শিল্পীগৰাকীৰ নশ্বৰ দেহ
-জুবিনক অনা কফিনৰ আকাৰ ডাঙৰ হোৱাৰ বাবেই সৃষ্টি হ’ল সমস্যাৰ
-কেইবাখনো চাৰ্টাৰ্ড প্লেনত অনাৰ বাবে কৰা হৈছিল চেষ্টা
-কিন্তু ইয়াৰ পিছতো লাভ কৰা নহ’ল সফলতা
-এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে লৈ অনা হৈছে জুবিনৰ নশ্বৰ দেহ
-৪.৩০ বজাত দিল্লী বিমান বন্দৰৰ পৰা যাত্ৰা কৰিছে বিমানখনে
-৬.৪৫ বজাত পাবহি গুৱাহাটী বিমান বন্দৰত
-সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
The casket carrying the mortal remains of our beloved Zubeen Garg from Singapore was too large to be accommodated in any chartered flight, despite our sustained efforts for over two hours. His mortal remains are now being flown to Guwahati on Air India Express flight IX 1197,…
— Himanta Biswa Sarma (@himantabiswa) September 20, 2025
-বিমান বন্দৰত উপস্থিত সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ
-জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিমান বন্দৰত লক্ষ লক্ষ লোক
-ওৰে নিশা সমগ্ৰ মহানগৰীত লাখ লাখ লোকৰ শ্ৰদ্ধাঞ্জলি
লগতে পঢ়ক : দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ…