আৰম্ভ হ’ল বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ
আৰম্ভ হ’ল বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ ।এই চন্দ্ৰগ্ৰহণ কুম্ভ আৰু পূৰ্বভদ্ৰপদ নক্ষত্ৰত সংঘটিত হৈছে।ভাৰতীয় সময় অনুসৰি নিশা ০৯:৫৮ বজাৰ পৰা পুৱা ০১:২৬ বজালৈ চলিব এই চন্দ্ৰগ্ৰহণ।
১২২ বছৰৰ পাছত পিত্ৰু পক্ষৰ মহান কাকতলীয়া সংযোগ সংঘটিত হৈছে এই চন্দ্ৰগ্ৰহণত।খাল চকুৰে সকলো লোকে প্ৰত্যক্ষ কৰিব পাৰিব এই চন্দ্ৰগ্ৰহণ।
লগতে পঢ়ক: ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ এয়াৰ ষ্ট্ৰাইক… কিয়েভত ৮০০ৰো অধিক ড্ৰোন নিক্ষেপ
Post Views: 73