-সৰুসজাইত ঝুমুইৰ বিনন্দিনীৰ আখৰা
-আখৰা উপভোগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
-ঝুমুইৰ বিনন্দিনীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীলৈ উপহাৰ
-প্ৰতিগৰাকী শিল্পীৰ একাউন্টত সোমাব ২৫ হাজাৰকৈ টকা
-ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰীক্ষণ কৰিছে আখৰা
-‘প্ৰতিখন বাগানত একোটাকৈ সাংস্কৃতিক সংঘ গঠন কৰা হ’ব’
-‘প্ৰতিটো সংঘৰ নামত আকৌ ২৫ হাজাৰ কৈ টকা দিয়া হ’ব’
-সৰুসজাইত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা