নিয়তিৰ কৰুণ পৰিহাস: মাতৃ ভিটালী দাসৰ পিছত পিতৃকো হেৰুৱালে কমলিকাই

অকলশৰীয়া হ’ল কমলিকা। ৪ টা বছৰ পূৰ্বে মাতৃ ভিতালী দাসক হেৰুওৱা কমলিকাই আজি হেৰুৱালে পিতৃ ভূপেন দাসক। নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাসে। জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল ভূপেন দাস। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তবলাবাদক ভূপেন

অকলশৰীয়া হ’ল কমলিকা। ৪ টা বছৰ পূৰ্বে মাতৃ ভিতালী দাসক হেৰুওৱা কমলিকাই আজি হেৰুৱালে পিতৃ ভূপেন দাসক। নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাসে।

জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল ভূপেন দাস। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তবলাবাদক ভূপেন দাস। আজি মহানগৰীৰ গাড়ীগাঁওস্থিত নিজ বাসগৃহত কিছুসময় পূৰ্বে মৃত্যু হয় ভূপেন দাস।

উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাসে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।