CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া

CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া…

CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া।পুৱাই চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে জলংছাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা। শীঘ্ৰে CIDৰ কাৰ্যালয়ত উপস্থিত হ’ব আন প্ৰৱাসী অসমীয়াও। আজি SIT এ জেৰা চলাব তেওঁলোকক। জেৰাৰত বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ঘাটনৰ

CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া

CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া।পুৱাই চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে জলংছাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু  সিদ্ধাৰ্থ বৰা। শীঘ্ৰে CIDৰ কাৰ্যালয়ত উপস্থিত হ’ব আন প্ৰৱাসী অসমীয়াও।

আজি SIT এ জেৰা চলাব তেওঁলোকক। জেৰাৰত বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ঘাটনৰ সম্ভাৱনা আছে।উল্লেখ্য জুবিনৰ সৈতে য়ট পাৰ্টীত আছিল এই ৪ প্ৰৱাসী অসমীয়া। জুবিনৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী আছিল আটাইকেইগৰাকী প্ৰৱাসী অসমীয়া।

লগেত পঢ়ক: ‘লাইক এ ফিনিক্স…এ নিউ জাজমেন্ট ডে’; ন্যায় বিচাৰি মাজনিশা‌‌ গৰিমা‌‌ শ‌ইকীয়া গাৰ্গৰ আৱেগিক প’ষ্ট