অসম সন্তান ভাৰতীয় সেনাৰ মেজৰ ভাৰ্গৱ কলিতালৈ ‘সৌৰ্য চক্ৰ’ সন্মান…

মেজৰ ভাৰ্গৱ কলিতালৈ ‘সৌৰ্য চক্ৰ’ সন্মান

স্বাধীনতা দিৱসৰ পূৰ্বে অসমবাসীৰ বাবে এটা গৌৰৱৰ খবৰ আহিছে। অসম সন্তান ভাৰতীয় সেনাৰ মেজৰ ভাৰ্গৱ কলিতালৈ ‘সৌৰ্য চক্ৰ’ সন্মান প্ৰদান কৰা হৈছে।

পুলৱামা, আৱান্টীপুৰ, বডগাম, শ্ৰীনগৰৰ দৰে স্পৰ্শকাতৰ ঠাইত কেইবাটাও সন্ত্ৰাসবাদ বিৰোধী অভিযানত নেতৃত্ব দি মেজৰ ভাৰ্গৱে নিঃশেষ কৰিছিল বহু কেইটা সন্ত্ৰাসবাদীক।

পলাশবাৰীৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পুত্ৰ হৈছে মেজৰ ভাৰ্গৱ l ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ ভাৰ্গৱ ।

লগতে পঢ়ক: ‘অপাৰেচন সেন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজ’ হৈ থাকিব’; স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ