AIM-120

আমেৰিকাই পাকিস্তানক নিদিয়ে AIM-120 AMRAAM ক্ষেপণাস্ত্ৰ…

আমেৰিকাই পাকিস্তানক নিদিয়ে AIM-120 AMRAAM ক্ষেপণাস্ত্ৰ ভাৰতৰ সৈতে চলি থকা শুল্ক উত্তেজনাৰ মাজতে শেহতীয়াকৈ আমেৰিকাই পাকিস্তানক AIM-120 এডভান্সড মিডিয়াম ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল (AMRAAM) যোগান ধৰাৰ অনুমোদন জনোৱাৰ খবৰ ওলাইছিল। এতিয়া এই সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে।আমেৰিকাই পাকিস্তানক এনে কোনো ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ কথা

আমেৰিকাই পাকিস্তানক নিদিয়ে AIM-120 AMRAAM ক্ষেপণাস্ত্ৰ

ভাৰতৰ সৈতে চলি থকা শুল্ক উত্তেজনাৰ মাজতে শেহতীয়াকৈ আমেৰিকাই পাকিস্তানক AIM-120 এডভান্সড মিডিয়াম ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল (AMRAAM) যোগান ধৰাৰ অনুমোদন জনোৱাৰ খবৰ ওলাইছিল।

এতিয়া এই সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে।আমেৰিকাই পাকিস্তানক এনে কোনো ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ কথা অস্বীকাৰ কৰিছে।

ইয়াৰ পূৰ্বে পাকিস্তানে ৰেথিয়ন কোম্পানীৰ সৈতে ২.৫ বিলিয়ন ডলাৰৰ চুক্তিত AIM-120ৰ C8 আৰু D3 ভেৰিয়েন্ট লাভ কৰিব,যাৰ ডেলিভাৰী ২০৩০ চনৰ মে’ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।

এই চুক্তিয়ে পাকিস্তানৰ বায়ুসেনাক শক্তিশালী কৰাৰ লগতে দক্ষিণ এছিয়াৰ কৌশলগত ভাৰসাম্যত প্ৰভাৱ পেলাব পাৰিলেহেঁতেন।

লগতে পঢ়ক: নিজৰ মুখ দেখুৱালেই সম্ভৱ হ’ব UPI পেমেন্ট; আহিব বিশেষ ফিচাৰ