বীৰ লাচিত সেনাৰ নেতা ৰন্টু পানীফুকনক আটক

বীৰ লাচিত সেনাৰ মুখ্য সচিবক আটক -যিকোনো মুহূৰ্তত ৰাজ্যত নিষিদ্ধ ঘোষণা হ’ব বীৰ লাচিত সেনা ! -বীৰ লাচিত সেনাৰ বিৰুদ্ধে এক্সন আৰম্ভ অসম আৰক্ষীৰ -সংবাদমেল দি থাকোতেই সংগঠনটোৰ শীৰ্ষ নেতা ৰণ্টু পানীফুকনক আটক -শীঘ্ৰেই জালত পৰিব বিকাশ অসম -২২ লাখ দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে

বীৰ লাচিত সেনাৰ মুখ্য সচিবক আটক

-যিকোনো মুহূৰ্তত ৰাজ্যত নিষিদ্ধ ঘোষণা হ’ব বীৰ লাচিত সেনা !

-বীৰ লাচিত সেনাৰ বিৰুদ্ধে এক্সন আৰম্ভ অসম আৰক্ষী

-সংবাদমেল দি থাকোতেই সংগঠনটোৰ শীৰ্ষ নেতা ৰণ্টু পানীফুকনক আটক

-শীঘ্ৰেই জালত পৰিব বিকাশ অসম

-২২ লাখ দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সংগঠনটোৰ ৮ সদস্যক

-দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইনজামুল হক, মোহন বৰা

-বিশ্বজিত দলে, নিতু আহমেদ, চিন্ময় দেৱ,

-ৰিয়াজ আহমেদ আৰু বিৰাজবল্ল কলিতাক

-সংগঠনটোৰ কৰ্ম-কাণ্ডক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : শীঘ্ৰেই নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা; কঠোৰ মুখ্যমন্ত্ৰী