ন্যায় বিচাৰি মাজনিশা‌‌ গৰিমা‌‌ শ‌ইকীয়া গাৰ্গৰ আৱেগিক প'ষ্ট

ন্যায় বিচাৰি মাজনিশা‌‌ গৰিমা‌‌ শ‌ইকীয়া গাৰ্গৰ আৱেগিক প’ষ্ট

ন্যায় বিচাৰি মাজনিশা‌‌ গৰিমা‌‌ শ‌ইকীয়া গাৰ্গৰ আৱেগিক প’ষ্ট দেওবাৰে নিশা পুনৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এটা আৱেগিক প’ষ্ট দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।সামাজিক মাধ্যমত প’ষ্ট কৰি ন্যায় বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে। প’ষ্টটোত লিখিছে যে, ‘লাইফ এ ফিনিক্স আই ৰাইজ ফ্ৰম দ্য এচেছ’ এ নিউ জাজমেন্ট

ন্যায় বিচাৰি মাজনিশা‌‌ গৰিমা‌‌ শ‌ইকীয়া গাৰ্গৰ আৱেগিক প’ষ্ট

দেওবাৰে নিশা পুনৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এটা আৱেগিক প’ষ্ট দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।সামাজিক মাধ্যমত প’ষ্ট কৰি ন্যায় বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে।

প’ষ্টটোত লিখিছে যে, ‘লাইফ এ ফিনিক্স আই ৰাইজ ফ্ৰম দ্য এচেছ’ এ নিউ জাজমেন্ট ডে??  প্ৰতিদিনে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে । ন্যায়ৰ দাবীত অটল গৰিমা শইকীয়া গাৰ্গ।

লগতে পঢ়ক: লোকে লোকাৰন্য জুবিনৰ সমাধিক্ষেত্ৰ; প্ৰায় ৪০ হাজাৰ অনুৰাগীৰ ভিৰ