HOT TOPIC

৭ দিনত ১১ খন ৰেলীত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে, অমিত শ্বাহৰ ভাগত ২০ খন আৰু ২২ খন জনসভাত ভাগ ল’ব যোগীয়ে | আইৰন ডুমৰ পিছত ইজৰাইলে এতিয়া আনিছে আইৰন বীমঃ  পলকতে আকাশত আঘাত কৰিব লক্ষ্যত | বৃদ্ধি পাইছে জি এছ টি সংগ্ৰহঃ অক্টোবৰ মাহত ৯ শতাংশ বৃদ্ধি পাই হ’লগৈ ১.৮৭ লাখ কোটি টকা | কিয় পালন কৰা হৈছে  গংগা উৎসৱ ? এই অনুষ্ঠানৰ মূল বৈশিষ্ট্যসমূহ কি কি ? | তৃতীয় টেষ্টত পৰাজয়ৰ পিছত বৃদ্ধি পালে টীম ইণ্ডিয়াৰ সমস্যা, কঠিন হৈ পৰিল WTC ফাইনেলৰ পথ !  জানক শেহতীয়া সমীকৰণ | ঘৰুৱা টেষ্ট ছিৰিজত শেষবাৰৰ বাবে কেতিয়া ‘ক্লীন ছুইপ’ হৈছিল টিম ইণ্ডিয়া,  জানি লওক ৰেকৰ্ড | হোৱাইট ৱাশ্বঃ ঘৰৰ মাটিতে নিউজীলেণ্ডৰ হাতত নিৰ্লজ্জ আত্মসমৰ্পণ ৰোহিত বাহিনীৰ | বিমানৰ পৰা ইন্ধন কিয় পেলোৱা হয়, জৰুৰীকালীন অৱস্থাত ই প্ৰয়োজনীয় নে বাধ্যবাধকতা ? | গাজাৰ দাবী : “ইজৰাইলে ইচ্ছাকৃতভাৱে লক্ষ্য কৰে মহিলা আৰু শিশুসকলক” | মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক হত্যাৰ ভাবুকি ! “শীঘ্ৰেই কৰক পদত্যাগ অন্যথা বাবা চিদ্দিকীৰ  দৰে হ’ব অৱস্থা”   | অৰ্ডাৰৰ খাদ্য লৈ গৈ আছিল যুৱক জন : হঠাৎ বাইকত প্ৰচণ্ড খুন্দা বিলাসী বাহনৰ আৰু… | মুম্বাইত পত্নীৰ সৈতে দীপাৱলী উদযাপন স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰো  ছানচেজৰ | উত্তৰ ইজৰাইলৰ হাইফাত হাই এলাৰ্ট ! হাইফাৰ সামৰিক ঘাটীত হিজবুল্লাৰ ড্ৰোণ আক্ৰমণ | অসমত কোনো মানুহৰ কেঁচা ঘৰ নাথাকিবঃ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ | দেওবাৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাঃ ৰাজ্যজুৰি কৰ্তন হ’ব ইন্টাৰনেট সেৱা | চীন আৰু ভাৰতৰ সেনাবাহিনীয়ে ইজনে সিজনক জনালে দীপাৱলীৰ শুভেচ্ছা,  বিতৰণ কৰিলে মিঠাই | শোকাৱহ ! স্কুল বাছত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ , ৫ শিশুসহ ৭ জনৰ মৃত্যু | ঘৰৰ পৰা নোহোৱা হ’ল আলু। সুৰাৰ ৰাগীত ডায়েল কৰিলে ১১২ ! নিশাই দৌৰি আহিল পুলিচ … পিছে | মহানগৰবাসীৰ বাবে নতুন নিৰ্দেশনা ! শীঘ্ৰেই মহানগৰৰ বাসিন্দাই ঘৰত লগাব লাগিব স্মাৰ্ট নম্বৰপ্লেট | চৰকাৰী চাকৰিৰ প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ ! পিছুৱাই দিয়া হ’ল আৰক্ষীৰ শাৰীৰিক পৰীক্ষা ! | চকুৰ প্ৰচাৰতেই শেষ কৰি দিয়া হ’ব ইজৰাইলৰ সকলো চহৰ ! ইজৰাইলক ভাবুকি ইৰানৰ | দীপাৱলীৰ দিনাই ভয়ংকৰ দুৰ্ঘটনা ! দুখন স্ক’ৰপিঅ’ মুখামুখি সংঘৰ্ষত নিহত দুই | ‘মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল’ খিতাপ দখল কৰা ভাৰতৰ প্ৰথমগৰাকী সুন্দৰীঃ জানক কোন এই ৰাচেল গুপ্তা | “কাশ্মীৰক কেতিয়াও পাকিস্তান হ’বলৈ দিয়া নহ’ব” সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতেই ফাৰুক আব্দুল্লাই দিলে সকিয়নী | কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে বিপদত চাকৰি ! সতৰ্ক হৈছে চৰকাৰ, কৰা হৈছে কঠোৰ নিৰীক্ষণ | ইজৰাইল-ইৰানৰ যুদ্ধত ব্যৱহাৰ হৈছে বহু প্ৰকাৰৰ বোমা, জানি লওক পৃথিৱীত কিমান প্ৰকাৰৰ বোমা আছে যিয়ে ধ্বংসস্তূপত পৰিণত কৰিব পাৰে বিশ্ব ! | পুনৰ প্ৰতিবাদত স্তব্ধ বাংলাদেশ, হিন্দু সমাজে সাব্যস্ত কৰিলে ব্যাপক প্ৰতিবাদ | IPLৰ মেগা নিলামৰ পূৰ্বে CSKএ ৰিটেইন কৰিলে এইকেইজন খেলুৱৈক, তালিকাত কাৰ কাৰ নাম ? | ভাল খবৰ, ১৪ কোটি টকাত ৰিয়ান পৰাগক ৰিটেইন কৰিলে ৰাজস্থান ৰয়েলছে | মুক্তি পোৱাৰ পূৰ্বেই এইকেইখন দেশত নিষিদ্ধ সিংঘম এগেইন আৰু bhool bhulaiyaa 3 | ইজৰাইলৰ আক্ৰমণত নিহত ২ ইৰাণী জোৱান ! ইজৰাইলৰ আক্ৰমণক লৈ ক্ষুব্ধ মুছলমান দেশ, জাৰি সতৰ্কবাণী ! | সজাই-পৰাই তোলা হৈছে অযোধ্যাক,  পুনৰ হ’ব বিশ্ব অভিলেখ… এইবাৰ দীপোৎসৱত জ্বলিব ২৫ লাখ চাকি | ভাৰত-পাক সীমান্তত বি এছ এফ জোৱানৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ | যদি আপোনাৰ গাড়ী চুৰি হয়, তেন্তে শীঘ্ৰেই কৰক এই কামঃ  নহ’লে আপুনি পৰিব পাৰে বিপদত | ‘চিৰদিনৰ বাবে সমাধিস্থ কৰা হৈছে ৩৭০ নং অনুচ্ছেদ’ : চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ | ১৯ বছৰ পূৰ্বে বিশ্ব অভিলেখ গঢ়িছিল এম এছ ধোনীয়ে, ১৮৩ ৰান কৰি বিধ্বস্ত কৰিছিল শ্ৰীলংকাক | ৰোহিত-জয়ছোৱাল নহয়, এই ৫ জন খেলুৱৈ বৰ্তমান ক্ৰিকেটত আটাইতকৈ বিধ্বংসী বেটছমেনঃ ক’লে ৰিকি পণ্টিঙে | ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰী মোদীৰ, ৰাষ্ট্ৰীয় ঐক্যৰ শপত প্ৰদান | তেজপুৰত সেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ | দেৱালীত প্ৰধানমন্ত্ৰী হৈছিলো, আজি পদত্যাগ কৰিছো… বিৰোধী দলপতিৰ পদ ত্যাগ ঋষি ছুনাকৰ | মনোনয়ন সমাপ্তঃ বিজেপিয়ে ১৪৮ খন, কংগ্ৰেছে  ১০৩ খন, জানক কোনটো দলে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ? | বিশ্বৰ আটাইতকৈ মাৰাত্মক সংক্ৰামক ৰোগ  কোনবিধ ? নাম প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই | ২৫ লাখ চাকিৰে আলোকিত হ’ল অযোধ্যা, গঢ়িলে নতুন অভিলেখ | পূব লাডাখৰ দেপছাং আৰু ডেমচোকৰ পৰা  প্ৰত্যাহাৰ ভাৰত আৰু চীনা সৈন্য | এইবাৰ জাবৰৰ ট্ৰাক চলোৱা দেখা গ’ল ড’নাল্ড ট্ৰাম্পক, জো বাইডেনক দিলে প্ৰত্যুত্তৰ | এবছৰৰ বাবে মেয়নিজত নিষেধাজ্ঞা, মমো খাই মহিলাৰ মৃত্যুৰ পিছতে সিদ্ধান্ত | পুনৰ আক্ৰমণ কৰাৰ ‘ভুল’ নকৰিব…আমেৰিকাই মুকলিকৈ ইৰাণক দিলে ভাবুকি | ভয়ংকৰ নাও দুৰ্ঘটনা ! মাজ নদীতে বিবাহ যাত্ৰী নাৱৰ মুখামুখি সংঘৰ্ষ | ২৫ লাখ চাকিৰ পোহৰত জিলিকিল অযোধ্যাৰ সৰযু নদীৰ পাৰ ! গঢ়িলে বিশ্ব অভিলেখ | JIOৰ লাখ লাখ গ্ৰাহকৰ বাবে সুখবৰ ! দীপাৱলী উপলক্ষে দিছে বাম্পাৰ অফাৰ | ‘সোণেৰী ভোগ’:  ৰাইজৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইবিধ বিশেষ মিঠাই, মূল্য প্ৰতি কিলো ১৪ হাজাৰ টকা | কেৱল ঋষভ পন্তেই নহয়, এই ৬গৰাকী ভাৰতীয় বেটছমেনো টেষ্ট ক্ৰিকেটত ৯৯ ৰানত বলাৰৰ চিকাৰ হৈছে… | ঘৰুৱা সোণৰ মজুত ১০২ টনতকৈ অধিক বৃদ্ধি : আৰ বি আইৰ তথ্য | ৱাংখেড়ে ষ্টেডিয়ামত সৰ্বাধিক ৰান সংগ্ৰহ কৰা শীৰ্ষ ৫ জন ভাৰতীয় বেটছমেন, প্ৰথম স্থানত এইগৰাকী কিংবদন্তি | চাৰিওফালে কেৱল পানী, বানে ধাৰণ কৰিছে বিধ্বংসী ৰূপ | সংৰক্ষণ কৰা হ’ব দীঘলী পুখুৰীৰৰ পাৰৰ ঐতিহ্য ! প্ৰতিবাদৰ ২৪ ঘন্টাৰ পাছতেই মুখ্যমন্ত্ৰীৰ আশ্বাস | নতুন বছৰৰ পূৰ্বে পেট্ৰল-ডিজেলৰ দাম হ্ৰাস পাবনে ?  পেট্ৰলিয়াম মন্ত্ৰীয়ে দিলে এই ইংগিত ! | স্মৃতি মন্ধানাৰ শতকেৰে নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰিলে ভাৰতে, ২-১ ব্যৱধানত শৃংখলা দখল | ‘চেঞ্চুৰী কুইন’ স্মৃতি মন্ধানাই ৰচিলে ইতিহাসঃ ভংগ কৰিলে এই অভিলেখ | মহাকাশত দীপাৱলী উদযাপন সুনীতা উইলিয়ামছৰ, ২৬০ মাইল উচ্চতাৰ পৰা প্ৰেৰণ কৰিলে এই বাৰ্তা ! | ১২ বছৰ ধৰি মুম্বাইত পৰাস্ত হোৱা নাই ভাৰতীয় দল… শেষৰবাৰ বেয়াকৈ পৰাস্ত হৈছিল নিউজীলেণ্ড, জানক ৰেকৰ্ড | চাকিৰ পোহৰেৰে আলোকিত হোৱাইট হাউছ, মহাকাশৰ পৰা উদযাপনত যোগদান কৰিলে সুনীতা উইলিয়ামছে | দেশৰ কোটি-কোটি জ্যেষ্ঠ নাগৰিকলৈ প্ৰধানমন্ত্ৰী মোদীৰ দীপাৱলীৰ উপহাৰ | প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত বহু অভিলেখ ভংগ কৰিলে ভাৰতেঃ বহু দেশে বিচাৰিছে এইসমূহ অস্ত্ৰ | মেক্সিকোৰ জংঘলত আৱিস্কাৰ প্ৰাচীন মায়া সভ্যতাৰ হেৰোৱা চহৰ, ঘৰ আৰু মন্দিৰৰ ৬,৬৭৪ টা গাঁথনি দেখি আচৰিত হ’ল বিশেষজ্ঞ | ফুলেৰা গাঁৱত ব্যস্ততাঃ আৰম্ভ হ’ল ‘পঞ্চায়ত ছিজন ৪’ৰ শ্বুটিং | আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসঃ কিয় পালন কৰা হয় এই দিৱস ?  জানক ইয়াৰ ইতিহাস আৰু গুৰুত্ব | পৰীক্ষা কৰক ভোটাৰ তালিকাত আপোনাৰ নামঃ প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা | ইতিহাস সৃষ্টিৰ ওচৰ চাপিছে ৰবীন্দ্ৰ জাডেজা, সৃষ্টি কৰিব ডাঙৰ অভিলেখ | বিশ্ব ক্ৰিকেটৰ ‘য়ৰ্কাৰ কিং’ বুলি খ্যাত শীৰ্ষ ৫ গৰাকী বলাৰ, চতুৰ্থ স্থানৰ বলাৰজন আটাইতকৈ বিপদজনক ! | কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ ২০২৫ চনৰ পৰা আৰম্ভ হ’ব পাৰে লোকপিয়ল!  ভৱিষ্যতৰ বাবে সলনি হ’ব এই চক্ৰ | ড্ৰাইভিং লাইচেন্স লাগে যদি হাঁহিব লাগিব, দিব লাগিব জীয়াই থকাৰ প্ৰমাণ ! সলনি হ’ল  নিয়ম | নতুন অভিলেখ গঢ়িলে সেউজ গৃহ গেছৰ মাত্ৰাই, দুটা দশকত কিমান পৰিমাণত বৃদ্ধি পালে ? | ভাৰত আৰু অষ্ট্ৰেলিয়াকে ধৰি এই ৫টা দলৰ মাজত WTCৰ চূড়ান্ত সংঘৰ্ষ, নতুন জানক নতুন সমীকৰণ | পুনৰ একেলগে দেখা যাব ছলমান-শ্বাহৰুখক, মুক্তি পাবলৈ গৈ আছে এইখন ব্লকবাষ্টাৰ ছবি ! | ‘ইজৰাইলৰ আক্ৰমণত ৪৩ হাজাৰতকৈ অধিক সাধাৰণ নাগৰিক নিহত’ :  পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দাবী | আজি ৰতন টাটা জীয়াই থকা হ’লে তেওঁ বহুত সুখী হ’লহেঁতেন…; টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী | মুম্বাই টেষ্টত বাজীত ভাৰতৰ সন্মানঃ ইতিহাস ৰচাৰ কাষ চাপিছে নিউজীলেণ্ড ! | দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ নাযায়  গৌতম গম্ভীৰ, এইগৰাকী প্ৰবীণ হ’ব টিম ইণ্ডিয়াৰ প্ৰশিক্ষক ! | বিজেপিৰ তৃতীয় তালিকাত ২৫ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ, এই পৰ্যন্ত ঘোষণা কৰা হৈছে ১৪৬ জন প্ৰাৰ্থী | ২০২৬ চনত ৰাজনীতিৰ পৰা অৱসৰ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে! ভৱিষ্যদ্বাণী জ্যোতিষীৰ | ২১ বছৰৰ পিছত এনে হ’বঃ মনোনয়নত নাই মেছি-ৰোনাল্ডো,  দৌৰত এইগৰাকী ব্ৰাজিলিয়ান ! | টকাৰ খক ! ৩ হাজাৰ টকা উৎকোচ লৈ জালত পৰিল চৰকাৰী কৰ্মচাৰী | বংগৰ মাজেৰে অহা অবৈধ প্ৰব্ৰজনৰ বাবে ভাৰতত বাঢ়িছে অস্থিৰতা; অমিত শ্বাহৰ বিস্ফোৰক মন্তব্য | পুনৰ সেনা বাহিনীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণ !  আখনুৰত সেনাৰ এম্বুলেন্সত গুলিবৰ্ষণ | বিদ্যালয়ত আক্ৰমণ ইজৰাইলৰ , ৩ সাংবাদকৰ্মীসহ ৯ জন ফিলিস্তিনি নিহত | কটকটীয়া নিৰাপত্তাৰ পিছটো ADRE পৰীক্ষা কেন্দ্ৰত নিছিল মোবাইল, গ্ৰেপ্তাৰ পৰীক্ষাৰ্থী | দিন-দুপৰতে বন ৰজাৰ আতংক ! হাতত লাঠি লৈ বনৰজাক খেদিবলৈ চেষ্টা স্থানীয় ৰাইজৰ | ২০২৬ চনত মমতাৰ আতংকৰ পৰা মুক্তি পাব বংগইঃ অমিত শ্বাহৰ হুংকাৰ | হতচকিত আৰক্ষীঃ দীপাংকৰ বৰ্মনৰ হাতৰ পৰা উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা | অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট  শৃংখলাৰ পৰা পৰিল বাদঃ ভাইৰেল হৈ পৰিছে মহম্মদ ছামীৰ প্ৰতিক্ৰিয়া | এখন ডিজিটেল চহৰৰ দৰে দেখা যাব  ৰামনগৰীকঃ দীপাৱলীৰ বাবে অভূতপূৰ্ব সাজ-সজ্জা | অৱশেষত আৰক্ষীৰ জালত পৰিল মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মন | কোনো চৰকাৰী সংস্থাই ভিডিঅ’ কল নকৰে… ‘ডিজিটেল এৰেষ্ট’ সন্দৰ্ভত দেশক সতৰ্ক কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে | থালাপতি বিজয়ক পিছ পেলাই দেশৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হিচাপে পৰিগণিত হ’ল আল্লু অৰ্জুন! ‘পুষ্পা ২’ৰ বাবে কিমান লৈছিল মাননি ? | এতিয়া শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হ’ব নেকি হত্যাৰ গোচৰ ?  বাংলাদেশৰ আদালতে ২৮ নৱেম্বৰৰ ভিতৰত কিয় বিচাৰিলে সকলো প্ৰতিবেদন ? | প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক উপহাৰ দিয়া চোহৰাই পেইন্টিং কি ?  ঝাৰখণ্ডৰ সৈতে আছে বিশেষ সম্পৰ্ক | ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব ADREৰ ফলাফলঃ জানি লওক ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ | চৰকাৰী কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰঃ বৃদ্ধি পালে মৰগীয়া বানচ | মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছ ষ্টেশ্যনত অঘটন, পদপিষ্ট হৈ আহত ৯জন | আজি ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা! পুৱাৰে পৰাই কৰ্তন ইণ্টাৰনেট সেৱা | ‘সফলতাৰ আঁৰত সেনা…’, ভাৰত-চীন চুক্তি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ | ইজৰাইল-ইৰাণৰ উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ ভাৰতৰ : পশ্চিম এছিয়াৰ কথা উল্লেখ কৰি কৰিলে এই মন্তব্য ! | বাংলাদেশত ৰাজপথলৈ ওলাই আহিল হিন্দুঃ সনাতন জাগৰণ মঞ্চই উত্থাপন কৰিলে সংখ্যালঘুৰ নিৰাপত্তাৰ বিষয় | ‘নিৰ্বাচনী শপতনামাত নিজৰ আৰু স্বামী ৰবাৰ্ট ভাদ্ৰাৰ সম্পত্তি লুকুৱাইছে’ : প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে বিজেপিৰ অভিযোগ | টেষ্টত ইতিহাস ৰচিলে যশস্বী জয়ছোৱালে, হৈ পৰিল এই অভিলেখ গঢ়া একমাত্ৰ ভাৰতীয় বেটছমেন ! | দ্বিতীয় টেষ্টত পৰাজয়ৰ পিছত বৃহৎ ক্ষতিৰ সন্মুখীন টিম ইণ্ডিয়াঃ WTC ফাইনেলৰ বাবে এতিয়া কি হ’ব সমীকৰণ ? | পুনে টেষ্টত ব্যৰ্থ বিৰাট, দেশজুৰি সমালোচনাৰ সন্মুখীন কিং কোহলী ! | ঘৰৰ মাটিতেই নিৰ্লজ্জ আত্মসমৰ্পণ ৰোহিত ব্ৰিগেডৰ, দ্বিতীয় টেষ্টতো শোচনীয় পৰাজয়, নিউজীলেণ্ডে ৰচিলে ইতিহাস | মিঠাইৰ ওপৰত বগাই থাকে জেঠি ! মিঠাই ক্ৰয় কৰাৰ পূৰ্বে হওক সাৱধান | জয়ছোৱালৰ বেটিং বিক্ৰম, ৰচিলে নতুন ইতিহাস | এইখন দেশত নিষিদ্ধ হ’ল IPHONE 16 ! চৰকাৰে দিলে নিৰ্দেশনা | ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ! মানিব লাগিব এই সমূহ নিয়ম | ভয়ংকৰ ! স্কুল বাছত বাইকত অহা দুৰ্বৃত্তৰ গুলিচালনা | চুমী-তাৰ্কিকৰ নতুন ঠিকনা হ’ব নেকি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ | এইখন দেশত নিষিদ্ধ জীৱিত প্ৰাণীৰ ফটো উঠোৱা , কাৰণ জানিলে আচৰিত হ’ব আপুনিও | অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিব পাৰে SWIGGY ! ৰাইডাৰ apps বন্ধ কৰি প্ৰতিবাদত ডেলিভাৰী বয় | “মোৰ দেহত কৰিছিল স্পৰ্শ” আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰাক্তন মডেলৰ ভয়ংকৰ অভিযোগ | অশ্বিনৰ পিছত সুন্দৰৰ ছুনামীঃ প্ৰথম ইনিংছত ২৫৯ ৰাণত অল আউট নিউজীলেণ্ড, ৱাশ্বিংটনৰ ৭ উইকেট | ‘মিছন মৌছম’ৰ অধীনত ক্লাউড চেম্বাৰ নিৰ্মাণ কৰিছে ভাৰতে !  ইয়াৰ লাভ কি হ’ব ? | অশ্বিনে ভংগ কৰিলে ডাঙৰ অভিলেখ, মাত্ৰ ৩৯খন মেচতে অৰ্জন কৰিলে এই কৃতিত্ব | শ্বেখ হাছিনাৰ দলৰ বিৰুদ্ধে বৃহৎ পদক্ষেপঃ নিষিদ্ধ শ্বেখ হাছিনাৰ দল ! | পুনে টেষ্টত টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত নিউজীলেণ্ডৰ, তিনিটা পৰিৱৰ্তনেৰে খেলপথাৰত নামিছে টীম ইণ্ডিয়া | ৮ কোটি বছৰ পুৰণি… চীনত পোৱা গ’ল ডাইনোচৰৰ আটাইতকৈ সৰু কণী | আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব জাৰ্মান চেন্সেলৰ, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মিলিত হ’ব আলোচনাত | ডানাৰ ভয়ানক ৰূপ !  ১০ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ, বাতিল দুশৰো অধিক ৰে’ল | ইতিহাস ৰচিব নিউজীলেণ্ডে, নে যোগ্য প্ৰত্যুত্তৰ দিব ভাৰতে ! জানক দুয়োটা দলৰ টেষ্ট ইতিহাস | শৃংখলা ৰক্ষাৰ যুঁজত নামিব ভাৰত…নিউজীলেণ্ডৰ বিৰুদ্ধে আজিৰে পৰা পুনেত দ্বিতীয় টেষ্ট | তুৰ্কীৰ এৰোস্পেচ ইণ্ডাষ্ট্ৰিজৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ | ‘আমি যুদ্ধৰ নহয়, আলোচনা আৰু কূটনীতিৰ সমৰ্থক’,  ব্ৰিকছৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তা | ‘আমাৰ ধৈৰ্য পৰীক্ষা কংগ্ৰেছে নল’ব’ : কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতি চলাৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ | অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এই দিনটোত ঘোষণা হ’ব পাৰে ভাৰতীয় দল, দৌৰত অন্তৰ্ভুক্ত চেতেশ্বৰ পূজাৰাৰ নামো  ! | মহাকাশত বিলাসী হোটেলৰ দৰে থাকিব স্পেছ ষ্টেশ্যন! লগতে থাকিব জিম আৰু ব্যক্তিগত কোঠা | ৰাজ্যৰ বিৰোধী ৰাজনীতিত ধুমুহাঃ পদ এৰিলে ভূপেন বৰাই | দীপাৱলীৰ উপহাৰ আৰু স্পীড পোষ্ট আহিব ড্ৰোনৰ জৰিয়তে, ডাক বিভাগে আৰম্ভ কৰিলে নতুন আঁচনি | ৰাজপথত হাজাৰ হাজাৰ দুষ্কৃতিকাৰী, ৰাষ্ট্ৰপতি ভৱনত গুলীৰ শব্দঃ পুনৰ অশান্ত বাংলাদেশ | গীল ফিট… ছৰফৰাজ হিটঃ পুনে টেষ্টত বাহিৰ হ’ব কোন ? প্ৰশিক্ষকে দিলে এই ইংগিত ! | পুনে টেষ্টত এই বিশেষ কৃতিত্বৰ অৰ্জন কৰিব বিৰাট কোহলীয়ে ! সৰ্বশ্ৰেষ্ঠ ক্লাবত  কৰিব প্ৰৱেশ | লৰেন্স বিষ্ণয় গেঙৰ ভাবুকিৰ মাজতে পুনৰ ‘চিকন্দৰ’ৰ শ্বুটিং আৰম্ভ  কৰিলে ছলমান খানে | কাইলৈ ​​প্ৰধানমন্ত্ৰী মোডী আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত দ্বিপাক্ষিক বৈঠক | কাজিৰঙাৰ এলিভেটেড কৰিডৰত অনুমোদন চৰকাৰৰ : হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা | চেটেলাইট ইণ্টাৰনেট কি আৰু ই কেনেকৈ কাম কৰে, ইয়াৰ সুবিধা আৰু অসুবিধা কি ? | ব্ৰিকছৰ বাবে কাজানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎঃ জানক সম্পূৰ্ণ সূচী | কেৱল হকী বা ক্ৰিকেট নহয়, মল্লযুঁজ আৰু শ্বুটিংকে ধৰি কমনৱেলথ গেমছৰ পৰা নিৰুদ্দেশ হ’ল ১৩টা খেল ! | অকলেই খালে বিৰিয়ানী, খঙত একো নাই হৈ বন্ধুক মৰিয়াই মৰিয়াই হত্যা | ‘ডানা’ক লৈ ৰেড এলাৰ্ট, ঘণ্টাত ১২০ কিলোমিটাৰ বেগত বলিব বতাহ | ফিট হৈ উঠিল ভাৰতৰ এইজন দুধৰ্ষ খেলুৱৈ, ৰোহিত শৰ্মাই কৰিব ২টা পৰিৱৰ্তন, বাহিৰ হ’ব অভিজ্ঞ খেলুৱৈ ! | বি চি চি আইৰ ওপৰত ক্ষুব্ধ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰ, ৰঞ্জী ট্ৰফীক অগ্ৰাধিকাৰ নিদিয়াত অসন্তুষ্টি প্ৰকাশ | ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন | মঙল গ্ৰহৰ বৰফৰ চাদৰৰ তলত এলিয়েন জীৱনৰ সম্ভাৱনা ! | JEE, NEET আৰু SSC আদি পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ প্ৰস্তুতি চলাব পাৰিব ছাত্ৰ-ছাত্ৰীয়েঃ NCERT-এ মুকলি কৰিছে পৰ্টেল | সপোন ভাগিল  দক্ষিণ আফ্ৰিকাৰ, প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপ জয় কৰিলে নিউজীলেণ্ডে | “নিৰ্বাচনত ব্যৱহাৰ কৰক বেলট পেপাৰ, বিশ্বাসযোগ্য নহয় ইভিএম” এলন মাস্কৰ বিস্ফোৰক ভাষ্য | নিকৃষ্ট কাণ্ড! হিন্দুস্থান হোটেলত অৰ্ডাৰ দিছিল খাহী মাংস, কিন্তু দিলে গো মাংস | সোণৰ খক ! জব্দ কৰা ২০ লাখ টকাৰ গহনা চুৰি কৰিলে আৰক্ষীয়ে | মুকলি হ’ল হাজাৰ হাজাৰ শিক্ষকৰ পদ ! আজিৰে পৰা কৰিব পাৰিব আবেদন | নিশাৰ আহাৰৰ বাবে গোট খাইছিল শ্ৰমিক , হঠাৎ ৩ সন্ত্ৰায়বাদীয়ে কৰিলে গুলিবৰ্ষণ, ৭জনৰ মৃত্যু | ভাৰত, ব্ৰাজিল আৰু আফ্ৰিকান দেশসমূহে লাভ কৰিব লাগে নিৰাপত্তা পৰিষদৰ স্থায়ী আসনঃ ৰাছিয়াৰ সমৰ্থন ঘোষণা | ১৮ লাখতকৈ অধিক সদস্যই যোগদান কৰিলে EPFOত, নতুন সদস্যৰ সংখ্যাও বৃদ্ধি | মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে বিঘ্নিত জল ব্যৱস্থাৰ ভাৰসাম্য,  বিশেষজ্ঞৰ সকীয়নি ! | সাত তৰপীয়া সুৰক্ষা বেহুৰে অভেদ্য কৰি তোলা হ’ব মহাকুম্ভ ২০২৫, ঘাট আৰু দলঙৰ ওপৰত বিশেষ সতৰ্কতা | ৰাজ্যত আৰম্ভ হ’ল মিছন বসুন্ধৰা ৩.০, মুখ্যমন্ত্ৰীয়ে কৰিলে শুভাৰম্ভণি | বেংগালুৰু টেষ্টত পৰাস্ত হৈ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ হ’ব নেকি  ভাৰতীয় দল ! জানক সম্পূৰ্ণ সমীকৰণ | ইউ পি আই জালিয়াতিৰ পৰা সাৱধান! খালী হ’ব বেংক একাউণ্ট, কেতিয়াও নকৰিব এইবোৰ ভুল | কাৰাগাৰত থকা লৰেন্স বিষ্ণয়ৰ বাবে পৰিয়ালে খৰচ কৰে ৪০ লাখ টকা , ভাতৃৰ বিস্ফোৰক ভাষ্য | ৰিল বনাবলৈ গৈ যুৱকৰ ভয়ংকৰ মৃত্যু , দেহৰ পৰা চিগি গ’ল মূৰ | স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ , শাহু আৰু পুত্ৰৰ সন্মুখতে  দাৰে ঘপিয়াই ঘপিয়াই হত্যা | অতি কম সময়তে দিছিল ১১খন হিট ছবি, কয় সময়তে হৈছিল চুপাৰষ্টাৰ, তাৰ পিছতো কিয় এনে হ’ল ? | দীপাৱলীৰ প্ৰাকঃক্ষণত ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰঃ মুখ্যমন্ত্ৰীৰ ৩৩টা ডাঙৰ ঘোষণা   | অস্ত্ৰোপচাৰৰ পিছত ১২ বছৰ ধৰি মহিলাৰ পেটত সোমাই থাকিল ছাৰ্জিকেল কেঁচি, তাৰ পাছত ! | অন্তিম দিনা হ’ব জয়ৰ যুঁজ, ভাৰতক ১০টা উইকেটৰ প্ৰয়োজন হোৱাৰ বিপৰীতে নিউজীলেণ্ডক প্ৰয়োজন  ১০৭ ৰানৰ | পাকিস্তানী কইনা আৰু ভাৰতীয় দৰাঃ বিজেপি নেতাৰ পুত্ৰৰ অনলাইন বিবাহ | হাহাকাৰঃ চলন্ত অৱস্থাতে খুলি গ’ল ৰে’লৰ ইঞ্জিন | স্থগিত হ’ল ইউ পি এছ চি অভিযান্ত্ৰিক সেৱা পৰীক্ষা ! জানক প্ৰাৰম্ভিক আৰু মুখ্য পৰীক্ষাৰ নতুন তাৰিখ | ইয়াহ্যা সিনোৱাৰৰ মৃত্যুৰ পিছত হামাছৰ নতুন মুৰব্বী নিৰ্বাচিত; খলিল আল-হায়া হ’ব হামাছৰ নতুন মুৰব্বী, অধিক ভয়াৱহ হ’ব নেকি পৰিস্থিতি ? | ইজৰাইলে হত্যা কৰিলে মাষ্টাৰমাইণ্ড হামাছৰ নেতা ইয়াহ্যা সিনৱাৰক,এয়া যুদ্ধৰ আৰম্ভণি নে অন্ত ? | লৰেন্স বিষ্ণোইৰ সৈতে শত্ৰুতা সমাপ্ত কৰিবলৈ দিয়ক ৫ কোটি টকা, অন্যথা, বাবা চিদ্দিকীৰ দৰে হ’ব অৱস্থা: চলমান খানলৈ পুনৰ ভাবুকি | চলমান খানৰ পিছত এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ আৰু স্বামী ৰোহনপ্ৰীত সিঙলৈ আহিছে মৃত্যুৰ ভাবুকি | নাগৰিকত্ব আইন ১৯৫৫ৰ ধাৰা ৬(এ)ৰ অধীনত বিদেশী চিনাক্তকৰণৰ ৰায়দান; অসম চুক্তিৰ ১৯৭১ৰ ২৫ মাৰ্চৰ ভিত্তিবৰ্ষ সাংবিধানিকভাৱে বৈধ, কি আছে এই ভিত্তিবৰ্ষত ? | ষ্টাইলিছ অৱতাৰত আল্লু অৰ্জুনৰ ডাঙৰ ধামাকাঃ ‘পুষ্পা ২’ৰ নতুন পোষ্টাৰ মুকলি | বাংগালুৰু টেষ্টত ভাৰতৰ ছন্দপতনঃ ৪৬ ৰাণত ইনিংছ সমাপ্ত, মেট হেনৰীৰ পাঁচটা উইকেট | ৮১ বছৰীয়া ৰহস্য ভেদ…দ্বিতীয় বিশ্বযুদ্ধত ৬৪ জন সৈনিকৰ সৈতে ডুব যোৱা ব্ৰিটিছ চাবমেৰিন উদ্ধাৰ | ৮ বছৰে বনকৰা মহিলাৰ কু কাণ্ড ! প্ৰস্ৰাৱৰ সৈতে ৰুটি বনাই খোৱালে গৰাকীক | দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীলৈ চৰকাৰৰ উপহাৰ, ডি এ ৩% বৃদ্ধিত অনুমোদন ! | ঘোচ লৈ গ্ৰেপ্তাৰ আবকাৰী বিষয়া : বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন | আজিৰ দিনটোতে স্থাপন হৈছিল আমেৰিকাৰ আটাইতকৈ শক্তিশালী অট্টালিকাৰ ভেটিঃ জানি লওক কেনেকৈ নিৰ্মাণ কৰা হৈছিল হোৱাইট হাউছ | দোকানৰ সমীপত প্ৰস্ৰাৱ কৰাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে যুৱকক | বাবা ছিদ্দিকৰ ইফতাৰ পাৰ্টি অবিহনে আধৰুৱা আছিল  বলিউড চেলেব্ৰিটিৰ ঈদ, প্ৰতি বছৰে দেখা গৈছিল এইসকল চেলিব্ৰিটিসকলক ! | পৃথিৱী আৰু চন্দ্ৰৰ ভিতৰৰ অংশ কিমান পৃথক ? জানিলে আচৰিত হ’ব আপুনি ! | কথমপি ৰক্ষা ! ১৪০ যাত্ৰীক লৈ আঢ়ৈ ঘণ্টা আকাশতে উৰি থাকিল বিমান | নিউজীলেণ্ড ছিৰিজৰ বাবে ঘোষণা কৰা টিম ইণ্ডিয়া, বুমৰাহৰ কান্ধত উপ-অধিনায়কৰ দায়িত্ব | ভয়ংকৰ ! ৭৫ কিমি গতিবেগ ,  মুখ্য পথৰ পৰিৱৰ্তে লুপ লাইনত প্ৰৱেশ…ৰৈ থকা মালবাহী ৰে’লত খুন্দা যাত্ৰীবাহী ৰে’লৰ | ইছলামধৰ্মী ক্ষুদ্ৰ ব্যৱসায়ীৰ মহানুভৱতা !  মজিব আলীয়ে দান কৰিলে দুৰ্গা প্ৰতিমা | আজি নিউজীলেণ্ড-অষ্ট্ৰেলিয়াৰ যুঁজ : ফলাফলে প্ৰভাৱ পেলাব পাৰে ভাৰতীয় দলৰ ওপৰত;  জানি লওক সমীকৰণ | পূজাৰ সময়ত মনত ৰাখিব এই কথা :  নহ’লে পৰিব পাৰে বিপদত ! | ইজৰাইল কাণ্ডৰ সম্পূৰ্ণ এবছৰ,  কাৰ কিমান ক্ষতি ? | ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত ভাৰতৰ :  জানি লওক এই সমীকৰণ | ৬৫ৰ পৰা হওক ২৫ বছৰীয়া : প্ৰৱঞ্চনাৰে ৩৫ কোটি সৰকালে দম্পত্তীয়ে | মহিলাক কৰ্মসংস্থাপনৰ নামত মুম্বাইলৈ নিম বুলি ওমানত বিক্ৰী কৰে মতিউৰ আৰু ইমান আলীয়ে ! | স্বামী থাকে বেংগালুৰুত, সুবিধা ল’লে পত্নীয়ে ।পৰকীয়া প্ৰেমৰ নামৰ বহু পুৰুষৰ লগত লীলা | ADREৰ নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীৰ ৰ OMR SHEET উপলব্ধ হ’ব ইন্টাৰনেটত ! মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা | সোণাপুৰৰ উচ্ছেদিত ভূমিত পুনৰ একাংশ সন্দেহযুক্ত লোকে সাজিছে ঘৰ | “অসমত সন্তৰ্পণে গঢ়ি উঠিছে মৌলবাদীৰ ঘাটি” জঈছ-ঈ-মহম্মদৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য | ‘প্ৰথমে ইৰাণৰ পাৰমাণৱিক স্থানসমূহ আক্ৰমণ কৰিব লাগে, বাকীবোৰ পিছত চিন্তা কৰিব’ : ইজৰাইলক পৰামৰ্শ দিলে এইজন নেতাই ! | ইজৰাইলৰ বিৰুদ্ধে যিকোনো মুহুৰ্তত চলিব আক্ৰমণ  : একত্ৰিত হৈছে সকলো ইছলামিক ৰাষ্ট্ৰ | নৃশংস ! ঘৰৰ ভিতৰতেই মাতৃৰ লগত পুত্ৰৰ ভয়ংকৰ কাণ্ড | ৰেষ্টুৰেণ্টৰ সুস্বাদু খাদ্য খাই ভাল পাই নেকি ? ফ্ৰীজতে ভেকুৰ ধৰিছে মাংসত | এইবাৰ পূজাত নতুন কাপোৰ পিন্ধা নহ’বও পাৰে !কিন্তু কিয় ? | প্ৰথমে কন্যাদান, তাৰ পিছত প্ৰেম। শেষত পিতৃ আনাৰুল মণ্ডলৰ সৈতে পলাই গ’ল কন্যা | জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে এইজন তাৰকা ক্ৰিকেটাৰে

Guwahati,

BREAKING

NEWS

HOT TOPICS:

Home  »  Hot TopicBreaking Newsক্ৰীড়া   »   স্মৃতি মন্ধানাৰ শতকেৰে নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰিলে ভাৰতে, ২-১ ব্যৱধানত শৃংখলা দখল

স্মৃতি মন্ধানাৰ শতকেৰে নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰিলে ভাৰতে, ২-১ ব্যৱধানত শৃংখলা দখল

তৃতীয়খন এদিনীয়াত নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা ২-১ ব্যৱধানত জয়লাভ কৰিছে । আহমেদাবাদত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন খেলত নিউজীলেণ্ডে টছত জিকি প্ৰথমে

তৃতীয়খন এদিনীয়াত নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা ২-১ ব্যৱধানত জয়লাভ কৰিছে । আহমেদাবাদত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন খেলত নিউজীলেণ্ডে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি দলটোৱে ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩২ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ৩৪টা বল বাকী থকা অৱস্থাত টিম ইণ্ডিয়াই এই মেচত জয়লাভ কৰি শৃংখলা হস্তগত কৰে । স্মৃতি মন্ধনাই দুৰ্বল ফৰ্মৰ ধাৰাবাহিকতা অন্ত পেলাই এই মেচত এক শতকীয় ইনিংছ প্ৰদৰ্শন কৰে ।

ভাৰতীয় বলিঙে মেচখনত প্ৰথমৰ পৰাই আধিপত্য বিস্তাৰ কৰিছিল । টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ নিউজীলেণ্ডে ৮৮ ৰানতে ৫টা উইকেট হেৰুৱাইছিল । ইয়াৰ পিছত ব্ৰুক হেলিডে আৰু ইছাবেলা গেজৰ মাজত ৬৪ ৰানৰ অংশীদাৰিত্বই আলহী দলটো বিপৰ্যয়ৰ পৰা উভতি আহে । ব্ৰুকে ৮৮ ৰানৰ ইনিংছ খেলিছিল, তেওঁৰ বাহিৰে নিউজীলেণ্ড দলৰ আন কোনো খেলুৱৈয়ে ৪০ ৰানৰ নিৰ্দিষ্ট সীমাও স্পৰ্শ কৰিব নোৱাৰিলে । ৰাইট আৰ্ম লেগ স্পীন বলিং কৰি এই ছিৰিজত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা প্ৰিয়া মিশ্ৰই ২ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।

স্মৃতি মন্ধানাৰ শতক-

Header Ad

টি-২০ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শন আগবঢ়াইছিল ফৰ্মহীনতাত ভুগি থকা স্মৃতি মন্ধানাই । একে সময়তে নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়া মেচতো বিশেষ ইনিংছ খেলিব পৰা নাছিল তেওঁ । কিন্তু ছিৰিজৰ তৃতীয় আৰু শেষ মেচখনত তেওঁ এক শতকীয় ইনিংছ খেলে । স্মৃতিয়ে ১২২টা বলত ১০০ ৰান সংগ্ৰহ কৰে, এই সময়ছোৱাত তেওঁৰ বেটৰ পৰাও ১০টা চাৰিও আহে । ভাল ফৰ্মলৈ ঘূৰি অহাৰ ক্ষেত্ৰত স্মৃতিৰ বাবে এই ইনিংছটো অতি গুৰুত্বপূৰ্ণ আছিল । তেওঁৰ বাহিৰেও অধিনায়ক হৰমনপ্ৰীত কৌৰে ৬৩টা বলত ৫৯ ৰানৰ অপৰাজিত ইনিংছ খেলে ।

তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ প্রথমখন খেলত ভাৰতে ৫৯ ৰানত জয়লাভ কৰে ৷ কিন্তু দ্বিতীয়খন মেচত টিম ইণ্ডিয়া ৭৬ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । কিন্তু শেষৰখন খেলত ৬ উইকেটত জয়লাভ কৰি ২-১ ব্যৱধানত শৃংখলা দখল কৰে হৰমনপ্ৰীত বাহিনীয়ে ।