গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহন নিয়ন্ত্ৰণ হেৰুৱাই পৰিল পথাৰত। গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল বাহনখন। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে পথাৰত। গৌৰীপুৰৰ বেপাৰীপট্টি নাৰ্ছিং হোমৰ সমপীতে এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতেই পলায়ন কৰে বাহনৰ চালক
Post Views: 44