মহানগৰীত নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা । যুৱতীক হানি খুচি হত্যাৰ চেষ্টা এজন যুৱকৰ ।যুৱকগৰাকীৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা কৰিলে যুৱতী গৰাকীক। ঘটনাৰ পাছতেই গুৰুতৰ ভাৱে আহত যুৱতী গৰাকী উপস্থিত হয় হাতীগাওঁ থানাত। বাইহাটা চাৰিআলিৰ বিকাশ ডেকা নামৰ যুৱক জনে হত্যাৰ চেষ্টা কৰিছিল যুৱতী গৰাকীক। জানিব পৰা মতে পূৰ্বতে প্ৰেমৰ সম্পৰ্কত আছিল দুয়োজন। বিকাশ ডেকা পেচাত গাড়ী চালক।
Post Views: 52