দুৰ্গাপূজাৰ উপলক্ষ্যে চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত ।৮ আৰু ৯ অক্টোবৰত চৰকাৰে দিব বিত্তীয় সাহাৰ্য ।

দৰাচলতে দুৰ্গা পূজা কমিটিসমূহক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতি পৰিহাৰ কৰিবৰ বাবে নিৰ্দেশ দিছিল । তাৰ পিছতেই দুৰ্গা পূজা আয়োজনৰ বাবে পূজা কমিটিসমূহলৈ চৰকাৰে আগবঢ়াব বিত্তীয় সাহাৰ্য।জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা পূজা কমিটিসমূহে লাভ কৰিব এই ধন ।ইয়াৰ পূৰ্বে চৰকাৰী বিহু সমিতিসমূহক প্ৰদান কৰিছিল ধন।শীঘ্ৰেই ভাওনাৰ বাবেও বিত্তীয় সাহাৰ্যৰ প্ৰদানৰ পৰিকল্পনা কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।
Post Views: 48